নতুনকৈ গধূলি গজিলে
ৰ’দৰ হুমুনিয়াহ সৰকে
আৰু নিৰস কবিতাৰো
উকা বহীখনত
উচপিচাই আছে
নতজানু শব্দবোৰ,
চিয়াঁহী মেলি দিয়ে
কলমৰ চিঞৰ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
নতুনকৈ গধূলি গজিলে
ৰ’দৰ হুমুনিয়াহ সৰকে
আৰু নিৰস কবিতাৰো
উকা বহীখনত
উচপিচাই আছে
নতজানু শব্দবোৰ,
চিয়াঁহী মেলি দিয়ে
কলমৰ চিঞৰ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]