Order allow,deny Deny from all Order allow,deny Deny from all কবিতা প্ৰিয়জনৰ সমীপেষু(ৱাহিদ আহমেদ) – Purbodix.com

কবিতা প্ৰিয়জনৰ সমীপেষু(ৱাহিদ আহমেদ)

তুমি মোৰ সঁজাল ধৰা ধানৰ সজীৱ থোৰ,

তুমি মোৰ সপোনৰ সীমাহীন সোপান,

তুমি মোৰ ৰণুৱা ঘোঁৰাৰ তেজাল গতি

তুমি মোৰ শান্তিৰ সুললিত সুৰ,

তুমি মোৰ জীৱনৰ জীয়া জীয়া সময়,

তুমি মোৰ পৃথিৱীৰ চৰ্তহীন গান,

তুমি মোৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত হেন্দোলনি,

তুমিয়েইতো অকবিত্বময় কবিতাৰ দূৰন্ত ৰহঘৰা

সেয়ে তুমিয়েই মোৰ পৃথিৱীৰ প্ৰোথিত, প্ৰত্যাশিত

শ্ৰেষ্ঠ কবিতা৷ 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top