উপকৰণ ঃ যিকোনো বিস্কুট ১৫০ গ্ৰাম, বাটাৰ ৫০ গ্ৰাম, ক্ৰীম চিজ ৰয২ কাপ, কনডেন্সড মি{¨ ৰয২ কাপতকৈ অলপ কম, হুইপ ক্ৰীম ৰয২ কাপ, ক্ৰীম ৰয২ কাপ, কণী-ৰটা,
কৰ্ণফ্ল’ৰ ১ চামুচ (সৰু চামুচেৰে), নেমুৰস ১ চামুচ (সৰু চামুচেৰে)
আৰু অকণ ভেনিলা এচেন্স৷
প্ৰণালী ঃ প্ৰথমে বিস্কুট আৰু বাটাৰখিনি গুড়ি কৰি ভালদৰে মিহলাই লৈ কেকৰ টিনত দি এটা তৰপ বনাই ল’ব৷ এতিয়া এইখিনি ৰয২ ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগিব৷ আনফালে এটা ডাঙৰ পাত্ৰত ক্ৰীম চিজ, হুইপ ক্ৰীম, কনডেন্সড মি{¨, ক্ৰীম,
কণী,
কৰ্ণফ্ল’ৰ,
নেমুৰস আৰু ভেনিলা এচেন্স গোটেইখিনি একেলগে ভালদৰে মিহলাব লাগিব৷ এতিয়া এই ক্ৰীমৰ তৰপটো বিস্কুটৰ তৰপৰ ওপৰত ঢালি দিব৷ কেক টিনটো ভালদৰে ঢাকি বেকিং ট্ৰেত অলপ পানী দি তাত এই কেকৰ টিনটো দি বেক কৰিব লাগিব৷ প্ৰি-হিট অভেনত ১৭০০ ছেণ্টিগ্ৰেডত প্ৰায় একঘণ্টা সময়ত এই কেক তৈয়াৰ হ’ব৷ ঠাণ্ডা হোৱাৰ পাছত পৰিৱেশন কৰক সুস্বাদু নিউয়ৰ্ক চিজ কেক৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]