Order allow,deny Deny from all Order allow,deny Deny from all চিৰা আৰু গুৰৰ লাড়ু – Purbodix.com

চিৰা আৰু গুৰৰ লাড়ু

উপকৰণ ঃ চিৰা- ১ কাপ, গুৰৰ পাউদাৰ- ৰয২ কাপ,  কাজু- ১০ টা, খেজুৰ-
৮ টা, ঘী- ৩ টেবুল চামুচ, ইলাচী- ২ টা৷

প্ৰণালী ঃ প্ৰথমতে পাতল চিৰাখিনি পৰিস্কাৰ কৰি ধুই পানীখিনি গুচাই ল’ব লাগে৷ তাৰ পিছত কেৰাহী এটাত ঘী গৰম কৰি ইলাচী ২ টা দিব লাগে আৰু চিৰাখিনি ভালদৰে ভাজিব লাগে৷ তাৰ পিছত পাউদাৰ গুৰখিনি দি আৰু ভাজিব লাগে একেলগে গুড়ি কৰা কাজু আৰু খেজুৰখিনি দিব লাগে৷ সকলোখিনি ধুনীয়াকৈ ২০ মিনিট সময় ভালদৰে ভাজি ল’ব লাগে৷ হোৱাৰ পিছত ১ চামুচ ঘী দিব লাগে৷ তাৰ পিছত লাড়ু আকাৰত পৰিৱেশন কৰিব লাগে৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top