Order allow,deny Deny from all Order allow,deny Deny from all দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’ – Purbodix.com

দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’

দেৱস্মিতা কাশ্যপ অসমৰ সঙ্গীত জগতৰ এক উজ্জ্বল প্ৰতিভা৷ নয়ন কুমাৰ বৰ্মন আৰু সাbLনা বৈশ্য বৰ্মনৰ সুযোগ্যা কন্যা দেৱস্মিতাৰ ঘৰ গুৱাহাটীৰ পাণ্ডু সদিলাপুৰত৷ দেৱস্মিতাই প্ৰায় ৬ বছৰ বয়সৰ পৰাই সংগীতৰ সাধনা কৰি আহিছে৷ তেওঁ নিচেই কম বয়সৰ পৰাই অসমৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে প্ৰাগ চেনেলযোগে সম্প্ৰচাৰিত কৰা উত্তৰ-পূবৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘‘আমাৰ ভূপেন দা- ছিজন ৬’’ৰ ৰst Runner’ব্দ up আছিল৷ উদীয়মান কণ্ঠশিল্পী দেৱস্মিতা কাশ্যপৰ প্ৰথম গান ‘‘দূৰণীৰ চৰাই জাকে’’ গীতটিৰ কথা-সুৰ আৰু সংগীত অংশুমান পল ডেকাৰ৷ তেওঁৰ নকৈ মুক্তি পাবলগীয়া গীত দুটা হ’ল ‘‘ফাগুনৰে বা’’ আৰু ‘‘অ’ কলিজা’’৷ ফাগুনৰে  বা গীতটিৰ কথা-সুৰ আৰু সংগীত জ্যোতিৰ্ময় বৰা আৰু মিক্সিং কৰিছে বিজয় ভূঞাই৷ অ’ কলিজা গীতটিত দেৱস্মিতাই ভৃগু কাশ্যপৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰিছে৷ VRANI FIML’ত্ৰ ১ বেনাৰত, বিজয় দাসৰ প্ৰযোজনাত নিৰ্মাণ হোৱা এই গীতটিত Lyrics আৰু Tune কৰিছে মনোজ দাসে৷ তেওঁৰ সাংগীতিক জীৱনৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ৷


[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top