
উপকৰণ ঃ
আটা (এককাপ), পনীৰ (সৰু পিচ কৰি কাটি লোৱা এবাতি), পাউদাৰ (ডেৰ চামুচ)
লিকুইড গাখীৰ (এককাপ)৷
প্ৰণালীঃ
প্ৰথমে পনীৰ খিনিত পাঁচ চামুচ গাখীৰ মিক্স কৰি মিক্সিত পেষ্ট বনাই ল’ব৷ তাৰ পাছত এটা বহল পাত্ৰ লৈ তাত আটা, পাউডাৰ গাখীৰ, চেনী, পেষ্ট বনাই লোৱা পনীৰ এই সকলোখিনি ভালদৰে মিক্স কৰি লৈ তাত বাকী থকা লিকুইড গাখীৰখিনি অলপ অলপকৈ মিক্স কৰি লৈ মালপোৱা বনাবলৈ আটাৰে ঘোলটো তৈয়াৰ কৰি ল’ব৷ তাৰ পাছত গেছত এখন কেৰাহী পাতি তেল গৰম হ’বলৈ দিব৷ তেল গৰম হোৱাত এখন গুল হেতাৰে এটা এটাকৈ পনীৰৰ মালপোৱা কেইটা এখন প্লেটত সুন্দৰকৈ সজাই ওপৰত অলপ পিষ্টা দি পৰিবেশন কৰক৷ এই মালপোৱা খাবলৈ বহুত চফ্ট আৰু টেষ্টি হয়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]