ঃ ঐ কি কৰি আছ বে?
ঃ আব্বে মুৰ্গীৰ লগত ৰুটি খাই আছো বে৷
ঃ ৰহ গৈ আছো৷
গৈ দেখে সঁচাকৈয়ে মুৰ্গীৰ সতে ৰুটি খাই আছে৷ শুকান ৰুটি এটালৈ এটুকুৰা সি খাইছে এটুকুৰা চিঙি ঘৰৰ দাকোৱাল মুৰ্গীটোক খুৱাই আছে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]