Order allow,deny Deny from all Order allow,deny Deny from all মৰীচিকা(এছ ইছলাম) – Purbodix.com

মৰীচিকা(এছ ইছলাম)

জীৱনৰ হাজাৰ      আশা মোৰ

   কলিতে মৰহি গ’ল,

জীৱনৰ বহুতো      কথাবোৰ

   নোকোৱা সাধু হ’ল৷  

 

মৰুৰ বুকুত      পথ বিচাৰি

   দিশহাৰা হ’লো,

জীৱন মৰুত     মৰম বিচাৰি

   হাবাথুৰি খালোঁ৷

 

জীৱন বেলি     মাৰ যাওঁ যাওঁ

  জীৱনৰ বিয়লি বেলা,

ভুলৰ বুকুতে     শেষ হ’ল মোৰ

  জীৱনৰ যত খেলা৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top