বিষয় শ্বহীদ (ড॰ চিত্ত ৰঞ্জন বৰুৱা) – Purbodix.com

বিষয় শ্বহীদ (ড॰ চিত্ত ৰঞ্জন বৰুৱা)

শ্বহীদ এই তাত্বিক, বহু পৌৰাণিক আৰু আধুনিক ধাৰাবাহিক ভাবে চেতনা পুষ্ট অতি তথা চিৰ সন্মানীয় বিষয়ৰ সৈতে সমাজৰ প্ৰতিজন ব্যক্তি জ্ঞাত বা ইয়াৰ মানৱ সমাজৰ সৈতে জড়িত দিশ কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ শ্বহীদ কেৱল এটা জন-ব্যৱহাৰিক বা সাংবিধানিক শব্দ নহয়৷ শ্বহীদ এটা বিষয়৷ ইয়াৰ সৈতে অতীত-ঐতিহ্য বা পৌৰাণিক-আধুনিক সমাজ সংস্কৃতি দেশ-জাতি, ভাষা-উপভাষা, অস্তিত্ব, দেশী-বিদেশী ধৰ্ম-পৰম্পৰা, মাটি-পানী, ভাষা আদি কৰি বৃহৎ পৰিসৰ সামৰি বহল তাত্বিক ব্যৱহাৰিক আনুষ্ঠানিক দিশক আলোচনা কৰিব পাৰোঁ৷ শ্বহীদ বৃহৎ পৰিস¸ৰ বিষয়টিৰ সৈতে অতি ঠেক সংকীৰ্ণ একপক্ষীয় চিন্তা সমিচিন নহয়৷

অতি সহজ অৰ্থত কোৱাৰ দৰে দেশ, বা জাতি, বা নিজ সমাজৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা বা উৎসৰ্গা কৰা ব্যক্তিক বুজায় যদিও শ্বহীদ এই তত্ত্ব বহুল বিষয়ৰ সৈতে উল্লেখ কৰা শ্বহীদৰ পৰাই প্ৰকৃতাৰ্থত শ্বহীদৰ অৰ্থ আৰু সংজ্ঞা সামৰিব নোৱাৰি৷ উল্লেখ কৰা ভাল যে কোনো বিষয়ৰ সম্পৰ্কত আলোচনা সমালোচনা, বিৱৰণ, ব্যাখ্যা বা উচিত-অনুচিত ইত্যাদিৰ ওপৰত মত প্ৰকাশ কৰাৰ সমানে বিষয় সমূহৰ তত্ত্ব, সূত্ৰ, সংজ্ঞা, পৰিসৰ আৰু সামাজিক আত্মিকতাৰ ওপৰ গুৰুত্বৰোপ কৰিব লাগিব৷ শ্বহীদ এই তাত্ত্বিক বিষয়ৰ সৈতে ‘‘Koine Greek’’ শব্দৰ তাত্ত্বিক আৰু ব্যৱহাৰিক শব্দৰ অন্য ৰূপেই হ’ল– Martyr, প্ৰকৃতাৰ্থত Witness or testimony ই প্ৰামণ বা সাক্ষ্য হিচাপে বিবেচিত৷ এই প্ৰমাণ বা সাক্ষ্য অতি ঠেক অৰ্থ নাছিল৷ পবিত্ৰ, ভাল বা মহৎ কামৰ নিদৰ্শণৰ কথা কোৱা হৈছিল৷ গ্ৰীক শব্দৰ Martyr এ পৌৰাণিক ধৰ্মীয় চেনাৰে ত্যাগৰ বিশ্ববিখ্যাত নজিৰ সমূহক প্ৰতিনিধিত্ব কৰে৷ ইফালে ধৰ্মীয় ‘Biblical’ তত্ত্বই ‘Jesu গু God’ প্ৰমাণ বা সাক্ষ্য হিচাপে বিবেচিত কৰে৷ ই এটা উদাহৰণহে৷ পূৰ্বতে Martyr এ–

[ৰ] Religious belifes [২] Holy জ্ব [৩] Spirit or God Communicationজ্ব [চ্ছ্ৰ] Divine Actionজ্ব ৰ দ্বাৰা আত্মত্যাগী, জীৱন ত্যাগী, বহুমুখী চেতনাৰ চৰ্চিত ব্যক্তিক বুজায়৷ কেৱল প্ৰাসংগিক চেতনাইহে উল্লেখ কৰা হ’ল৷ আমি জনাত শ্বহীদ এটা পূৰ্ণ বহল সাৰ্বজনীন সংজ্ঞা বা সূত্ৰ চকুত নপৰে৷ তথাপিও আমি জনাত শ্বহীদৰ সংজ্ঞা তলত দিয়া ধৰণে উল্লেখ কৰা হ’ল– One who sacrifices his or her life of grat personal value for sake principles”. এই ধাৰণাক কিছু বহল অৰ্থত শ্বহীদৰ সংজ্ঞা হিচাপে নিৰূপণ কৰিব পৰা যায়৷ কিছু আবেগিক আৰু অনুভূতি-সহানুভূতিৰ পৰা কিছু আঁতৰি অতি বাস্তৱ দিশত Martyr or Shaheed সম্পৰ্কত আলোচনাৰ প্ৰয়োজন আছে৷ স্বাধীন ভাৰতৰ আইনৰ অধীনত তথা নিয়ন্ত্ৰণাধীন বিভাগীয় ঘোষণা মত আৰু আনুষ্ঠানিক ব্যৱস্থাই অন্য এক দিশ উন্মোচন কৰে৷ এবাৰ ১৮ ডিচেম্বৰ ২০১৩ বৰ্ষৰ প্ৰশ্নোত্তৰ শিতানত প্ৰশ্ন নং ১৪৭৪ উত্তৰ অনুসৰি ৰাজ্য সভাত শ্বহীদ সম্পৰ্কীয় ভাৰত চৰকাৰৰ সন্মানীয় গৃহ মন্ত্ৰনালয়ৰপৰা এটা লিখিত উত্তৰ পোৱা গৈছিল এনেদৰে–সোধা হৈছিল–Whether it is a fact that by Now ৩১, ৮৯৫ security personnel belonging to paramilitery forces have lost their life in discharging their duties in internal security of Nation but govt. have not consider their sacrifice as “Shaheed/Martyrs” Because they do not belong to Army, Airfoce or Navy. লগতে সোধা হৈছিল যে চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি বা সংবিধান সংশোধনৰ জৰিয়তে সেই সকল যি সকলে জীৱন ত্যাগ কৰিলে তেওঁলোকক “Shaheed/Martyrs” বুলি সন্মান জনাব পৰা যায় নেকি “That security personnal can be Honour “Shaheed/Martyrs” ইত্যাদি৷ গৃহ মন্ত্ৰণালয়ৰ উত্তৰ কোৱা হ’ল–“Government does not differentiate between the sacrifice made by the personnel belonging to the various armed forces of the union. The Ministry of Defence have indicated that shaheed/martyr is not defined anywhere and prsesntly they are not issuing nay such order/notification to this effect in respect of the defence personnel. Similarly, no such order/notification to this effect is issued by the Ministry of Home Affairs in respect of the CAPণ্ঠ personnel who are killed in action while discharging their duties. However, their families/Next of kin are given full family pension under the Liberalized Persionary Award ruls, i.ঙ্গ. the last pay drawn, and ex-gratia compensation as per rules in addition to the other ex-gratia/benefits admissible.” এবাৰ আৰ টি আই আবেদনৰ ভিত্তিত শ্বহীদৰ অৰ্থ আৰু সংজ্ঞা সম্পৰ্কত সোধা হৈছিল যে-শ্বহীদ আইন আৰু সাংবিধানিক সংজ্ঞা কিঞ্জ লগতে কোৱা হৈছিল শ্বহীদৰ সম্পৰ্কত চৰকাৰী ভাবে কিবা আইনী সংজ্ঞা প্ৰচলন কৰি ইয়াৰ অৰ্থ বা ব্যাখ্যা সাৰ্বজনীন কৰা হৈছে নেকিঞ্জ ভাৰত চৰকাৰৰ দুটা গুৰুত্বপূৰ্ণ দুটা বিভাগে এই প্ৰশ্নৰ উত্তৰত পোনচাতেই কৈ পেলাইছিল “ত্ত্বপ্স, ত্ত্বপ্স Shaheed or Martyr in our terminology” ইয়াৰ ব্যাখ্যা কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু গৃহবিভাগৰ স্পষ্ট মত কিন্তু তলত দিয়া ধৰণৰ–(ৰ) The respondent from the Ministry of defence– ‘stated that word ‘Shaheed or Martyr is not used by the ত্তপ্সড্ড. insted the one used is Battle Casuality. (২) The respondent from the Ministry of Home Affairs– ‘Stated that in the ত্তপ্সHA the word used is “OPERATION CASUALITY. সেয়ে অতি সহজে আমি অনুমান কৰিব পাৰো যে শ্বহীদ [Shaheed or Martyr] ই কোনো আইনী বা সাংবিধানিক পৰিভাষা নহয় সেই দৰে কোনো প্ৰতিৰক্ষা আৰু গৃহবিভাগৰ অনুমোদিত শব্দ বা পৰিভাষাও নহয়, বৰঞ্চ উল্লেখ কৰা বিভাগ কেইটাই [ৰ] Battle Casuality (২) Operation Casuality ৰ নীতিৰে সন্মানীয় দেশ সেৱা আৰু জাতি সেৱা প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষা বিষয়া জোৱান সকলৰ সন্মান প্ৰদৰ্শন কৰি আহিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *