June 6, 2021June 9, 2021 by Arup Kakoti চাগু–ৰয২ কাপ, ষ্ট্ৰবেৰীৰ–১০ টা চেনী–ৰ কাপ গাখীৰ–ৰ লিটাৰ প্ৰথমতে দুঘণ্টাৰ বাবে চাগুখিনি তিয়াই কোমলাই ল’ব লাগে৷ ষ্ট্ৰবেৰীৰখিনি কম জুইত চেনী দি ভাজিব লাগিব৷ ষ্ট্ৰবেৰীখিনি গলি জেলিৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰিব৷ এতিয়া এটা বহল পাত্ৰত গাখীৰখিনি পগাই আধা লিটাৰ মান হ’লেই কোমলাই থোৱা চাগুখিনি, চেনী দি লৰাই থাকিব৷ চাগুখিনি পানীৰ দৰেই হৈ গ’লে গেছ বন্ধ কৰি দি ঠাণ্ডা হ’বলৈ দিব৷ ষ্ট্ৰবেৰীৰ জেিলখিনি ঠাণ্ডা হোৱা চাগুৰ পায়সখিনিত ঢালি লৰাই দিব৷ বচ তৈয়াৰ ষ্ট্ৰবেৰীৰ চাগুৰ পায়স৷n ছাগলী মাংসৰ দহিবৰা ৰ৷ ছাগলীৰ মাংসৰ কিমা ২৷ পিয়াজ মিহি কুটি লোৱা ৩৷ নহৰু, আদাৰ পেষ্ট চ্ছ্ৰ৷ জিৰা গুৰি প্ত৷ ধনিয়া গুৰি ৬৷ জলকীয়া গুৰি জ্জ৷ শ্বাহী গৰম মচলা জ্জ্ব৷ বইল আলু জ্ঝ৷ কণী ১০৷ তেতেলী পানী, ৰৰ৷ দৈ ১২৷ চাট মচলা তৈয়াৰ কৰা পদ্ধতি– মাংসৰ কিমাখিনি কেৰাহিত তেল দি পিয়াজ, নহৰু আদা পেষ্ট দি ভাজিব লাগিব৷ গৰম মচলা, জিৰাগুৰি, ধনিয়াগুৰি সকলো মিলাই পানী দি সিজিবলৈ দিব৷ মাংসখিনি সিজাৰ পাছত মিস্কিত পেষ্ট কৰি ল’ব লাগিব৷ এটা পাত্ৰত কিমাখিনি ওলিয়াই বইল আলু, কণী, কটা পিযঁþাজ, ধনীয়া, দি ভালদৰে সানি বৰৰ দৰে বনাই ল’ব লাগে৷ কেৰাহিত তেল গৰম কৰি বৰবোৰ টানকৈ ভাজি উঠাই ল’ব৷ অন্য এটা পাত্ৰত দৈ, চেনী, নিমখ, জিৰা গুৰি, ধনিয়া গুৰি, জলকীয়া গুৰি, তেতেলী, চাট মচলা দি ভালদৰে মিশ্ৰণ বনাই মাংসৰ বৰবোৰ দি পৰিবেশন কৰিব৷ Share on FacebookTweetFollow us