আধৰুৱা প্ৰেমত জীৱনৰ পূৰ্ণতা বিচাৰি ‘ৰিয়াজ’ (কল্যাণ কুমাৰ কলিতা) – Purbodix.com

আধৰুৱা প্ৰেমত জীৱনৰ পূৰ্ণতা বিচাৰি ‘ৰিয়াজ’ (কল্যাণ কুমাৰ কলিতা)

ৰবিয়ে কিবতা লিখে৷ কিন্তু কিবতা কেৱল কিছু শব্দৰ সমাহাৰ নহয় ৰবিৰ বাবে কবিতাৰ মাজেত আবদ্ধ কৰি ৰাখিছে তাৰ সকলো স্মৃতি, সকলো অনুভৱ, শব্দৰেই বিপ্লৱ কৰিছে তাৰ অন্ধকাৰ পৃথিৱীখনৰ বিৰুদ্ধে৷ এক কথাত, তাৰ অন্ধত্বৰ সুযোগ লৈ তাক সীমিত কৰি ৰাখিব চেষ্টা কৰা এই সমাজৰ বিৰুদ্ধে ৰবিৰ কাব্যিক বিপ্লৱ ৰবিয়ে গান নুশুনে কিয়নো তাৰ ভাব হয় যেন এই গানবোৰ ৰবিৰ দেৰ মানুহৰ কাৰণে লিখা হোৱা নাই আনপিনে কৰবীয়ে তাইৰ গানৰ মাজেত বিচাৰিছে সকলো দুখনিঃসংগতাক পাহিৰ থকাৰ উপায় কিন্তু কৰবীয়ে বুজিব পৰা নাই যে এই গানবোৰে তাইৰ মৃত স্বামীক পাহৰাত সহায় কৰিছে নে তাইৰ স্বামীক তাইৰ মাজত জীয়াই ৰখাত, এক নতুন ৰূপত স্বামীৰ সান্নিধ্য লাভৰ বাটহে মুকিল কৰিছে কৰবীয়ে ৰবিৰ ঘৰত ভাড়া থাকে কৰবীৰ ৰিয়াজে যদিও ৰবিক আমনি কৰিছিল, পিছলৈ এই আমনি আসক্তিত পৰিণত হয়৷ এইদেৰ এক আধৰুৱা প্ৰেমৰ মাজতো জীৱনৰ পূৰ্ণতা লাভ কৰা দুয়োৰে কাহিনীৰ আধাৰত ৰচিত হৈেছ এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছিব৷ এম বি প্ৰডাকচনৰ বেনাৰত মৃগাংক বৰাৰ প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত উক্ত ছিবখনৰ নামৰিয়াজ ছিবখনৰ কাহিনীচিত্ৰনাট্যসংলাপ পৰিচালক মৃগাংক বৰাৰ

ছিবখনৰ কেন্দ্ৰীয় চৰিত্ৰ দুটি ৰূপায়ন কিৰছে ক্ৰমে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভড়ালীয়ে ৮২ মিনিট দৈৰ্ঘ্যৰ উক্ত ছিবখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ, সম্পাদনা দেৱিজৎ দত্তৰ, লোকেচন চাউণ্ড বেলন পাঠকৰ, চাউণ্ড ডিজাইন অংকুৰ পাঠকৰ আনহাতে আৱহসংগীত গীত প্ৰিয়ম আৰু ৰাজা হাজিৰকাৰ৷ ছিবখনৰ মূখ্য সহকাৰী পৰিচালক অৰিন্দম বৰুৱা, প্ৰযোজনা নিয়ন্ত্ৰক ভাস্কৰ জ্যোতি দত্ত আৰু পোষ্টাৰ ডিজাইনাৰ অভিজিত লস্কৰ৷ ছবিখনে ইতিমধ্যে দেশবিদেশৰ বিভিন্ন চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শকসমালোচকৰ ভূয়সী প্ৰশংসা বুটলাৰ লগতে বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈেছ উল্লেখ্য যে, বিগত বৰ্ষৰ ১১ ডিচেম্বৰত ইটালীৰ চাৰ্লেনোত অনুষ্ঠিত৭৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ ছবিখনৰ বিশ্বপ্ৰিমিয়াৰ হৈ যায় আকৌ ছিবখনে ইতিমধ্যে এছিয়ান ফিল্ম ফেষ্টিভেল, ডায়োৰামা আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ ২০২০ আৰু ইণ্টাৰেনচেনল আৰ্ট ভিজুৱেল এণ্ড ফিল্ম ফেষ্টিভেল ২০২১অফিচিয়েল চিলেকচনলাভ কৰে৷ আনহাতে ছিবখনে ষ্টকহলম চিটী ফিল্ম ফেষ্টিভেল, এনুৱেল এডিশ্যন ২০২০তস্পেচিয়েল মেনচনবঁটা লাভ কৰাৰ লগেত লিফট ইণ্ডিয়া ফিল্মোৎসৱৱল্ডৰ্ চিনে ফেষ্টত কেইবাটাও বঁটাৰ বাবে মনোনীত হয় তথা পুনেত অনুষ্ঠিতবুদ্ধ আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ ২০২০ নন ক্ৰীনিং শাখাতশ্ৰেষ্ঠ কনচেপ্ট বঁটালাভ কৰিবলৈ সক্ষম হয়

প্ৰযোজকে জানিবলৈ দিয়া মতে, চলিত বৰ্ষত ছিবখন চিত্ৰগৃহত মুক্তিলাভৰ কোনো সম্ভাৱনা নাই, তাৰ বিপৰীতেটি টিপ্লেটফৰ্মত ছিবখন মুক্তি দিয়াৰ যোজা চলাই থকা হৈেছ এটি সহজসৰল কাহিনীক ব্যতিক্ৰমী পৰিচালনা আৰু অভিনয়ৰে আকৰ্ষণীয় ৰূপ দিয়াৰ চেষ্টা কৰাৰিয়াজছিবখন নি(তভাৱে অসমৰ চলচ্ছিত্ৰপ্ৰেমীৰ বাবে এক অনন্য অভিজ্ঞতা৷

Leave a Reply

Your email address will not be published. Required fields are marked *