ক’লা ছাতিটোৰ সৈতে ইমানপৰে কঢ়িয়াই অনা কিতাপজাপ আৰু সঁফুৰাখন থৈ মানুহজনে এটি গভীৰ হুমুনিয়াহ কাঢ়িলে৷
ডিঙিৰ ফুলাম গামোচাখনলৈ চাই তেওঁ মনতেই বিৰবিৰাই উঠিল…
‘‘তুমি যোৱাৰ পিছত সেইখনেই মোৰ ঘৰ আছিল৷ আজিৰপৰাহে মই অকলশৰীয়া হ’লো//’’
[DISPLAY_ULTIMATE_SOCIAL_ICONS]