September 4, 2021September 6, 2021 by Arup Kakoti এজাক বৰষুণৰ প্ৰয়োজন.. অস্থিৰ জীৱন.. ৰণ কৌশল.. ৰহস্যৰ চক্ৰবেহুত.. অভিমন্যুৰ আৰ্তনাদ..ধুই নিকা কৰক মনৰ মলিনতানীলিম আকাশৰ কলুষতা গভীৰ নক্ষত্ৰৰ গহ্বৰমালা.. উ{¨াপিণ্ডৰ মুকুতামালা.. প্ৰয়োজনীয়তা আহি পৰিছে বিশ্বাস১..একতা১.. ধৈৰ্যৰ৷ Share on FacebookTweetFollow us