Order allow,deny Deny from all Order allow,deny Deny from all চুনামী (শেৱালী বৰা) – Purbodix.com

চুনামী (শেৱালী বৰা)

 

মৃনাল বৰুৱা আৰু আকাশী বৰুৱাই আজিৰ দিনটোত জীৱনৰ সাগৰত পাৰ কৰা চুনামীবোৰৰ কথা মনত পেলাবলৈ মন নগ’ল৷ সংগ্ৰামী জীৱন এটা লৈ বহুত কষ্টৰ বিনিময়ত ছোৱালী দুজনীক লৈ সপোন দেখিছিল৷ আকাশৰ তৰা লিখা ঘৰটোত দুটাকৈ যে ভোটা তৰা আছিল তেওঁলোকে গমেই পোৱা নাছিল৷ আজি সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল জীৱন সাগৰৰ চুনামীত আশীৰ্বাদ যেন লাগিল…৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top