October 15, 2021October 15, 2021 by Arup Kakoti তুমি দ্বীপান্বিতাপদে পদে পোহৰৰফুল ছটিয়াইহৰ্ষিত কৰিবা প্ৰতিটো মন৷ তুমি আকাশৰ চাকিআহি আঁতৰাবামানুহৰ দুখৰ ৰাত্ৰি৷ তুমি ত্ৰৈলোক্য নন্দিনীবিবস্ত্ৰ ধাৰিণীৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰমা কালী৷ বিপদ বিনাশী বিলোৱা আশিসবঢ়োৱা আমাৰশান্তিৰ মাধুৰিমা৷ তুমি দীপান্বিতাঅনুকূল তৰুণী৷ভক্তৰ কবচত্ৰৈলোক্য নন্দিনী৷৷ Share on FacebookTweetFollow us