
ঘৰতে সহজতে কৰিব পৰা হেয়াৰ স্পা
জেতুঁকা, বিট, এক চামুচ মৌ বা ডিমৰ মাজৰ অংশ, কফি, চাহপাত সিজোৱা পানী দুই চামুচ, জবাফুল, আমলখি, মেথিগুটি এক চামুচ, নিমপাত কেইখিলামান এই সকলোবোৰ একেলগে পিছি ল’ব লাগে৷
পকা অমিতা আৰু এক চামুচ মৌজোল মিহলাই পেষ্ট তৈয়াৰ কৰি ল’ব৷
দৈ আৰু পকা কল ভালদৰে মিশ্ৰ কৰি পেষ্ট প্ৰস্তুত কৰি ল’ব৷
প্ৰথমে চুলিখিনি ভালদৰে ধুই ল’ব লাগে৷ তাৰপাছত টাৱেলেৰে মচি ল’ব লাগে৷ তাৰপাছতহে প্ৰস্তুত কৰা পেষ্ট লগাব লাগে৷ পেক লগাই আধাঘণ্টা ৰাখিব লাগে৷ তাৰপাছত ভালদৰে পানীৰে ধুই পেলাব লাগে৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]