
ৰুকি লোৱা নাৰিকল ঃ ২৫০ গ্ৰাম
কনডেন্জড ঃ ২০০ গ্ৰাম
অ’ৰগেনিক্ ফুড্ কালাৰ ঃ আধা চামুচ
ইলাচি পাউদাৰ ঃ আধা চামুচ
প্ৰণালী ঃ
ৰ৷ প্ৰথমে নাৰিকলখিনি অলপ ভাজি ল’ব৷ যাতে নাৰিকলখিনি শুকাই যায় তাৰ পিছত এটা পাত্ৰত নাৰিকলখিনি, কনডেন্জড , অ’ৰগেনিক ফুড্ কালাৰ, ইলাচি এই সকলোখিনি ভালদৰে মিলাই ল’ব৷
২৷ এতিয়া হাতত অলপমান ঘিউ সানি ল’ব লাগে আৰু অলপ অলপকৈ মিলাই থোৱা নাৰিকলখিনি লৈ সৰু সৰু বল আকাৰত লাডু বাটি যাব৷ এই লাডু দেখাত খুউব সুন্দৰ আৰু চেনীবিহীন এই লাডু খবলৈও খুবেই সোৱাদ৷
এইবাৰ দ্বিপান্বিতাত খুব সহজতে ঘৰতে এই লাডু বনাই আপোনাৰ ঘৰৰ পৰিয়ালৰ লগতে আলহীকো খুৱাব পাৰে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]