ৰেচিপি (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স) -ইন্দ্ৰানী গগৈ – Purbodix.com

ৰেচিপি (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স) -ইন্দ্ৰানী গগৈ

উপকৰণ
ৰয২ কাপ কাঠ বদাম
ৰয৪ কাপ চুজি
ৰয২ লিটাৰ লিকুইড গাখীৰ
ৰয৪ কাপ চেনী
ৰয২ কাপ মি{¨মেইড
ৰ চাহ চামুচ ইলাচি গুৰি
ৰয৪ কাপ কাটি লোৱা কাজু

প্ৰণালী ঃ
কাঠ বাদাম খিনি আধা ঘণ্টামান পানীত তিয়াই থৈ বাকলি গুচাই ল’ব আৰু মিক্সিত পিহি ল’ব৷ চুজিখিনি শুকানে অলপ ভাজি ল’ব৷ এতিয়া এখন পেনত চেনীখিনি দি এক চামুচ পানী দি চেনীখিনি গলাই কেৰামেলাইজদ কৰি ল’ব৷ তাৰ পিছত তিনি কাপ গাখীৰ দি ভালদৰে লৰাই বাদামৰ পেষ্টখিনি দিব৷ অলপ সময় লৰাই থাকি চুজিখিনি দিব আৰু অলপ গাখীৰ দি সিজিবলৈ দিব৷ মি{¨মেইড আৰু ইলাচী গুৰি দি বাকী থকা গাখীৰখিনি দি লৰাই থাকিব আৰু পায়সখিনি সিজি ঘন হৈ আহিলে গেছ অফ কৰি দিব৷ শেষত কাটি লোৱা কাজুৰ টুকুৰা মিক্স কৰি পৰিৱেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *