by Arup Kakoti

ছালৰ যতন লোৱাটো আমাৰ বাবে জৰুৰী৷ ঠাণ্ডা দিনত আমাৰ সকলোৰে ছালবোৰ প্ৰায়েই শুকান হৈ যায়৷ সেয়ে ঠাণ্ডা দিনত ছালৰ যতন লোৱাটো অতি জৰুৰী৷ আৰু গৰম কালতো ছালবোৰ বহুত তেলেতীয়া হৈ যায়৷ সেয়ে ঘৰুৱাভাৱে ছালৰ কেনেদৰে যতন ল’ব পাৰি সেই সম্পৰ্কে তলত উল্লেখ কৰা হ’ল–
(1) বৰ্তমান সময়ত কমলাটো অতি সহজতে পোৱা যায়৷ যাক ছালৰ ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি৷ আমি জানো যে ভিটামিন চি ছালৰ বাবে বহুত উপযোগী আৰু কমলাত সেই ভিটামিন চি বহু পৰিমাণে পোৱা যায়৷ কমলাৰ ৰস উলিয়াই তাৰ লগত নেমু ৰস এচামুচ, গোলাপ জল আৰু অলপমান গ্লিছাৰিণ মিহলাই প্ত-১০ মিনিট যদি আমি ছালত লগাও তেতিয়া ছালৰ শুকান ভাবটো নাইকীয়া হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে আৰু অকল কমলাৰ এফোটা লৈও যদি আমাৰ মুখত মাছাজ কৰোঁ তেতিয়াও তাৰ পৰা বহুত সুফল পোৱা যায়৷
(২) আমি জানো যে আমাৰ শৰীৰৰ বাবে উপযুক্ত পৰিমাণে পানী খোৱাতো অতি প্ৰয়োজন৷ কিন্তু ঠাণ্ডা দিনত প্ৰায়ে আমি দেখো যে মানুহৰ পানী খোৱা পৰিমাণ কমি যায়৷ যাৰ ফলত ছালবোৰ শুকান হ’বলৈ ধৰে৷ সেয়ে নিতৌ আমি ১০-১৫ গ্লাচ পানী খাব লাগে৷
(৩) আমাৰ সকলোৰে ঘৰতে প্ৰায়েই ছালকুঁৱৰী (Alovera) গছ থাকেই৷ এই ছালকুঁৱৰী আমাৰ চুলি আৰু ছালৰ বাবে বহুত উপকাৰী৷ সেয়ে ছালকুঁৱৰী পাত্ৰৰ পৰা ৰসখিনি উলিয়াই সপ্তাহত ২-৩ বাৰকৈ চুলি আৰু ছালত লগালে শুষ্কভাব দূৰ হয়৷
(৪) আমি ঘৰত ব্যৱহাৰ কৰা নাৰিকল তেল যদি ৰাতি শোৱাৰ আগতে প্ত-১০ মিনিটৰ কাৰণে মুখত লগাই মাছাজ কৰো তেতিয়াও ছালৰ শুকানতা দূৰ হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে আৰু মুখৰ কলা দাগ নোহোৱা হয়৷
(৫) অতি মাত্ৰা তেলজাতীয় খাদ্য খোৱাটো ছালৰ বাবে অনুপযোগী৷ সেউজীয়া শাক-পাচলি ছালৰ বাবে ভাল সেয়ে ছাল ভাল হ’বলৈ হ’লে খোৱাৰ যত্ন লোৱাটো অতি জৰুৰী৷
(৬) চকুৰ গুৰি ক’লা পৰা, মুখৰ ক’লা দাগবোৰ Rediance ১ কাৰণে হয়৷ অতিমাত্ৰা ম’বাইল ব্যৱহাৰ কৰিলেও ক’লা হয় চকুৰ গুৰি৷ সেয়েহে তাৰ পৰা ৰক্ষা পাবলৈ Sun screen বোৰ সদায় ব্যৱহাৰ কৰিব লাগে৷ আৰু তিয়হ কাটি চকুত লগালেও চকুৰ গুৰিৰ ক’লা দাগ নাইকীয়া হয়৷
(৭) আমাৰ ঘৰত ব্যৱহাৰ কৰা আলু এটা পিহি লৈ তাক কেঁচা গাখীৰৰ লগত মিহলাই সপ্তাহত ৰ-২ বাৰকৈ লগালেও মুখৰ কলা দাগ নোহোৱা হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে৷
(৮) হালধি আৰু মৌজল মিহল কৰি প্ত-১০ মিনিট মুখত লগালেও ছালৰ শুকানভাব নাইকীয়া হয় আৰু মুখৰ উজ্জ্বলতা বাঢ়ে আৰু শালবৰ্মা নাইকীয়া কৰাতো ই সহায় কৰে৷
(৯) বিলাহী ছালৰ বাবে বহুত উপকাৰী৷ বিলাহী এটা কাটি লৈ তাৰ ওপৰত চেনী অলপ দি মুখত প্ত-১০ মিনিট মাছাজ কৰিলে মুখৰ শালমনা নোহোৱা হয়, কলা দাগ নোহোৱা হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে৷
(১০) ভিটামিন ড্ৰ Capcale ব্যৱহাৰ কৰিলেও ছালৰ শুকানভাব আৰু দাগ নাইকীয়া হয়৷