by Arup Kakoti

ৰাষ্ট˜ নিৰ্মাণ এক সাংবিধানিক প্ৰক্ৰিয়া৷ যি প্ৰক্ৰিয়া বিভিন্ন আইনী বিধি বিধান আৰু নীতিৰ দ্বাৰা প্ৰতিপালিত৷ ৰাষ্ট˜ নিৰ্মাণৰ সৈতে বহুকেইটা চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান জড়িত থকাৰ উমান সাংবিধানিকভাৱেই লিপিৱদ্ধ৷ আমি এই আলোচনাত সাংবিধানিক অংগ কাৰ্যপালিকাৰ প্ৰধান অংশীদাৰ নিৰাপত্তাৰক্ষী তথা আভ্যন্তৰীণ আইন-শৃংখলাৰ সৈতে জড়িত আৰক্ষী বাহিনীৰ ভূমিকাক প্ৰাধান্য দিয়াৰ প্ৰয়াস কৰা হৈছে৷ ৰাষ্ট˜ নিৰ্মাণ প্ৰক্ৰিয়া আজি দ্ৰুতভাৱে হোৱা বিষয় নহয়৷ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ শাসনৰ আমোলত ইয়াৰ আনুষ্ঠানিকতা ৰূপ দিলেও ইয়াৰ পূৰ্বৰ দিশ ৰাষ্ট˜নিৰ্মাণৰ অন্য অংশীদাৰ হিচাপে চিহ্নিত৷ প্ৰাগ-ঐতিহাসিক সময়ত ধৰ্ম আৰু ধৰ্মানুষ্ঠানৰ দ্বাৰা ৰাষ্ট˜ নিৰ্মাণৰ প্ৰক্ৰিয়াক বহুতে আওপকীয়াকৈ নুই কৰিব৷ আজি এই ৰাষ্ট˜ নিৰ্মাণৰ পৌৰাণিক প্ৰক্ৰিয়াক পোনচাটেই গ্ৰহণ কৰা হৈছে৷ কিয়নো সমাজ এখন বহু পৰিমাণে ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা আৰু সেই অনুষ্ঠানসমূহৰ লগত জড়িত পৰম্পৰাগত প্ৰশাসনীয় যেনে – ধম¹য় প্ৰশাসন (Religious Administration or Religious Autonomy Council etc.) নুই কৰিব নোৱাৰি৷ যিবোৰক স্বাধীনতাৰ পূৰ্বেই বৃটিছ সংসদীয় ব্যৱস্থাই আনুষ্ঠানিক ৰূপ দিয়ে যাক Parliamentary Legislation or Enactment or Act বুলি জনা যায়৷ যিবোৰৰ সাংবিধানিক ভিত্তি থকাৰ উপৰিও স্বাধীন ভাৰতৰ সংবিধানে মান্যতা প্ৰদান কৰাৰ লগতে আজিও আইনীভাৱে উপলব্ধ৷ আলোচনাত ৰাষ্ট˜ নিৰ্মাণ আধুনিক গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিৰাপত্তাৰক্ষীসকলৰ চেতনা আৰু কাৰ্যক্ষমতাৰ চমু আইনী আৰু সাংবিধানিক ভিত্তি আলোচনাৰ প্ৰয়াস কৰা হ’ল৷
আধুনিক গণতান্ত্ৰিক দেশ তথা ৰাষ্ট˜ত ‘কল্যাণকামী ৰাষ্ট˜’ আৰু ‘ৰাষ্ট˜ গঠন আৰু নিৰ্মাণ’ শীৰ্ষক বিষয়সমূহ অিত সজোৰে চৰ্চিত আৰু অধ্যয়ন তথা গবেষণাৰ দিশত অন্যতম শৈক্ষিক সূচী৷ গণতান্ত্ৰিক দেশ এখনৰ গতি-প্ৰগতি আৰু সাৰ্থকতা নিৰ্ভৰ কৰে, সেই নিৰ্দিষ্ট কৰা দেশখনৰ সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি –
(ক) কাৰ্যপালিকা (খ) আইনপালিকা (গ) ন্যায় পালিকাই সম্পূৰ্ণ স্বতন্ত্ৰ আৰু আইনৰ সাংবিধানিক বিধি অনুসৰি কাৰ্য ৰূপায়ণৰ ওপৰত নিৰ্ভৰ কৰে৷ এখন ৰাষ্ট˜ৰ চালিকা শক্তি হিচাপ উল্লেখ কৰা সাংবিধানিক অংগ সমূহৰ ভূমিকা সমভাবেই প্ৰয়োজন৷ ই সাংবিধানিক আইনৰ নিৰ্দিষ্ট কৰা নিৰ্দেশনাৰ ভিতৰত পৰে৷
এতিয়া আহো ‘ৰাষ্ট˜ গঠন বা ৰাষ্ট˜ নিৰ্মাণ’ নো কি বা আমি ইয়াক কিদৰে বুজিব পাৰো৷ অতি সাধাৰণ আৰু সহজ অৰ্থত ৰাষ্ট˜গঠন বুলিলে –
“ৰাষ্ট˜ই সাংবিধানিক আইন অনুসৰি ক্ষমতা প্ৰয়োগ কৰি,
(ক) এক ৰাষ্ট˜ জাতি পৰিচয়ৰ বাবে৷
(খ) শক্তিশালীভাৱে বিশ্ব প্ৰগতিত চামিল কৰিবৰ বাবে, আৰু
(গ) দেশৰ জনসাধাৰণ সৰ্বতো প্ৰকাৰৰ শ্ৰীবৃদ্ধিৰ বাবে কাৰ্যপালিকা-ন্যায় পালিকা আৰু ন্যায়াপালিকাই কৰা নিৰৱিচ্চিন্ন কৰ্মসূচীক বুজায়৷
অৰ্থাৎ ৰাষ্ট˜ গঠন আৰু নিৰ্মাণৰ মূল লক্ষ্যত আমি ৰাষ্ট˜ৰ জনসাধাৰণৰ ‘ঐক্য সংহিত’ আৰু ‘সুষ্ঠিৰ গণতান্ত্ৰিক বাতাবৰণ’ মজুত থকাৰ দিশ উনুকিয়াব পাৰো৷
বহুক্ষেত্ৰত অৰ্থাৎ প্ৰকৃতাৰ্থত ৰাষ্ট˜নিৰ্মাণত সাংবিধানিকভাৱে জড়িত হলেও ‘ৰাজনৈতিক গণতান্ত্ৰিক’ সুস্থিৰতাৰ ওপৰত অন্য এক পৰিকল্পনাৰ দিশ অতি সজোৰে দায়বদ্ধ৷
অন্যহাতে ৰাষ্ট˜ গঠনৰ সৈতে সমাজৰ অন্তঃগাঠনি নিৰ্মাণ বা পুনৰ উদ্ধাৰ, ভাতৃত্ববোধ আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিকল্পনা আৰু কৰ্মসূচীও সমানেই জড়িত হয়৷
কাৰ্যপালিকাৰ অংশ হিচাপে ৰাষ্ট˜ গঠনত বা নিৰ্মাণত আৰক্ষী প্ৰশাসনৰ ভূমিকা আৰু কৰ্মসূচীৰ গুৰুত্ব সাংবিধানিকভাৱেই অনুমোদিত৷
The Role of the Armed forces is to defind the country integrity of the Nation state. Against External and internal threats.
হয় দেশখনৰ তথা ভাৰতবৰ্ষৰ সাংবিধানিক গণতান্ত্ৰিক ভেটি নিৰ্মাণত সামৰিক আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকা উল্লেখনীয়৷ আধুনিক ভাৰত নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে এক সুকীয়া জাতি গঠনৰ পৰিক্ৰমা জড়িত৷ বিশেষকৈ মৌৰ্য সাম্ৰাজ্য (Mauryan Empire (৩২১-১৮৫ Bট্ৰ), গুপ্ত যুগ (Gupta Age (৩২০-৫০০ AD), মোগল যুগ (১৫২৭-১৮৫৭ AD), ইংৰাজ শাসনৰ যুগ (১৮৫৭-১৯৪৭ AD) লগতে সাংবিধানিক (১৯৫০) ১ বৰ্তমানৰ ৰাষ্ট˜ নিৰ্মাণৰ প্ৰক্ৰিয়া, এক সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত আজিৰ ভাৰতবৰ্ষৰ আধুনিক ৰাষ্ট˜ নিৰ্মাণত অহোপুৰুষাৰ্থ লক্ষনীয়৷
ৰাষ্ট˜ নিৰ্মাণত আমি আৰক্ষীৰ ভূমিকাক তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰো৷ য’ত সম্পূৰ্ণ সেৱা আৰু দায়িত্ব সেনা তথা আৰক্ষী জোৱানসকলৰ দ্বাৰা উপলব্ধ৷
(ক) এক ৰাষ্ট˜ নীতি আৰু আইন প্ৰবৰ্তন তথা প্ৰণয়নৰ দ্বাৰা সেৱা৷ (খ) ভৌগলিক অখণ্ডতা অটুত ৰখাৰ প্ৰয়াস৷ (গ) ৰাষ্টীয় ঐক্য-সংহতিত সকলোকে জড়িত কৰোৱা৷ (ঘ) অভ্যন্তৰীণ আইন-শৃংখলা অটুত ৰখা৷ (ঙ) বহিঃৰাষ্ট˜ৰ সৈতে সু-সম্পৰ্ক ৰখা আৰু প্ৰয়োজনত যুদ্ধত লিপ্ত হোৱা৷ (চ) অদ্ভুত কলাত জনসাধাৰণৰ সৈতে চামিল হৈ উন্নয়ন বা সঙ্কটমোচন কৰাত আহোপুৰুষাৰ্থ; ইত্যাদি উল্লেখ কৰা বিষয়সূচীত আৰক্ষী বাহিনী প্ৰত্যক্ষভাৱেই জড়িত আৰু ৰাষ্ট˜ গঠন আৰু নিৰ্মাণৰ ভূমিকা হিচাপে চিহ্নিত৷ অন্যহাতে ৰাজ্যসমূহৰ আৰক্ষী বাহিনীয়ে আইন বলবৎ কৰা, ৰাজহুৱা সম্পত্তি যেনে – ৰাস্তা, ৰে’ল, ৰাজহুৱা গৃহ, সামাজিক দায়িত্ব পালন – যেনে জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুৰ অধিকাৰৰ প্ৰতি দয়া আৰু শ্ৰদ্ধাশীল হোৱা, জৰুৰীকালীন অৱস্থাত আইন-শৃংখলাৰ দিশটো তীক্ষ্ণভাৱে চকুতলগা ইত্যাদি৷ অপৰাধজনিত দিশটোক বিশেষকৈ অপৰাধীক আটক কৰা, অনুসন্ধান কৰা, আদালতৰ সৈতে মিলি অপৰাধমুক্ত সমাজ গঢ়া আদি অন্যতম৷
“জনহিত জন সেৱাৰ্থে” এয়া অসম পুলিচ বাহিনীৰ অন্যতম প্ৰয়াস৷ অসম পুলিচ সম্পৰ্কত বহুকেইখন আইন প্ৰণয়ন হ’লেও স্বাধীনতাৰ আগতেই নিৰ্মাণ কৰা ১৮৬১ “পুলিচ আইন ১৮৬১” আজিও সক্ৰিয় যাৰ আলমত আৰক্ষী প্ৰশাসনে নিজ কৰ্তব্য আৰু ভূমিকা পালন কৰিছে৷ ইফালে অসম পুলিচ আইন ২০০৭ দ্বাৰাও অসম পুলিচৰ সেৱা আৰু ভূমিকা সম্পৰ্কত বিতং বিবৰণ আছে৷ অসম পুলিচৰ সৈতে অন্য বহু আইন জড়িত কৰাই বিশেষকৈ উত্তৰ পূব ভাৰতত উকমুকাই থকা বিচিত্ৰতাবাদী শক্তি যেনে “আলফা”, এন.ডি.এফবি, এন.এচ.চি.অ আদিৰ দৰে সশস্ত্ৰ উগ্ৰপন্থী দমনত সক্ৰিয় ভূমিকা লৈ অখণ্ড ভাৰতৰাষ্ট˜ নিৰ্মাণত ভূমিকা পালন কৰি আছে৷
শেষত উল্লেখ থাকিল এখন গণতান্ত্ৰিক ৰাষ্ট˜ৰ গতি-প্ৰগতি, আভ্যন্তৰীণ, বাহ্যিক সুস্থিৰতা আৰু আইন-শৃংখলাৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে আৰক্ষীৰ ভূমিকা থাকে৷ এই আৰক্ষীৰ ভূমিকা বহু ক্ষেত্ৰত অঞ্চল, ৰাজ্য বা তেনে নিৰ্দিষ্ট পৰিসৰত থাকিলেওঁ মূল লক্ষ্যই হ’ল ৰাষ্ট˜ সেৱা, ৰাষ্ট˜ নিৰ্মাণ আৰু গণতান্ত্ৰিক কল্যাণ সাধন৷ ৰাষ্ট˜ গঠনত আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ সাংবিধানিক, আইনী ব্যৱস্থাৰ দ্বাৰা লিপিবদ্ধ৷