May 11, 2022May 11, 2022 by Arup Kakoti উপকৰণ ঃ আমুল ফ্ৰেচ ক্ৰিম- ১৮০ গ্ৰাম৷ক্ৰিম চিজ – ৩৫০ গ্ৰাম৷গাখীৰ – ৫০ গ্ৰাম৷কনডেঞ্চ মি{¨- ৩৭৫ গ্ৰাম৷কৰ্ণ ফ্লোৰ- ৩০ গ্ৰাম৷বাটাৰ – ৩ টেবুল চামুচডাইজেচ্টিভ বিস্কুট – ২৫০ গ্ৰাম৷পদ্ধতি ঃ মিক্সাৰত বিস্কুটখিনি গুৰি কৰি বাটাৰ দি সানি ডো এটা বনাই লোৱা হয়৷ এতিয়া এটা চিজ্ কেকৰ পাত্ৰৰ চাৰিওফালে ফইল পেপাৰ লগাই বিস্কুটৰ পাউদাৰেৰে বনোৱা ডো খিনিৰে প্ৰথম লেয়াৰ দি ১০ মিনিট ফ্ৰীজত ৰখা হয়৷ আন এটা পাত্ৰত আমুল, কৰ্ণফ্ল’ৰ গাখীৰ খিনি লৈ ভালদৰে মিক্স হোৱাৰ পিছত ক্ৰিমচিজ দি তাত কনডেনচ্দ মি{¨ দি অলপ ভেনিলা এচেঞ্চ দি মিক্সাৰখিনি চিজ কেকৰ টিনত দি ১৮০০ ত ৪০ মিনিট বেক কৰা হয়৷ বেক হোৱাত ঠাণ্ডা কৰি মিনিমাম ৮ ঘণ্টাৰ বাবে ফ্ৰিজত থোৱা হয়৷ ৮ ঘণ্টাৰ পিছত ওলাই আনি ওপৰত ব্লু বেৰি কম্পোট দি সজাই ওলাই পৰিৱেশন কৰা হয়৷ Share on FacebookTweetFollow us