Order allow,deny Deny from all Order allow,deny Deny from all মেংগো কেক্‌ য আমৰ কেক্‌ – Purbodix.com

মেংগো কেক্‌ য আমৰ কেক্‌


উপকৰণসমূহ ঃ
ময়দা – ১৬০ গ্ৰাম৷
গুৰি চেনি – ২ টেবুল চামুচ৷
বেকিং পাউদাৰ – ১ চাহ চামুচ৷
বেকিং চোদা – ৰয২ চামুচ৷
কণ্ডেঞ্চ মি{¨ – ২০০ গ্ৰাম৷
বাটাৰ – ১০০ গ্ৰাম৷
আম – ১ কাপ৷
ভেনিলা এচেঞ্চ – ১ চাহ চামুচ৷
পানী-গাখীৰ- ৰয২ কাপ৷
হুইপদ্‌ ক্ৰীম – ৩০০য৪০০ গ্ৰাম৷

পদ্ধতি ঃ প্ৰথমে আমি কেক্‌ৰ উপকৰণখিনি দুটা ভাগত ভাগ কৰি ল’ম৷
গোটা বস্তুখিনি এভাগ কৰি উলিয়াই ল’ম৷ যেনে- ময়দা, চেনি, বেকিং পাউদাৰ, বেকিং চোদা৷
আনহাতে পনীয় বস্তু যেনে- বাটাৰ, ভেনিলা এচেঞ্চ আৰু কণ্ডেঞ্চ মি{¨৷
এতিয়া আমি গোটা বস্তুখিনি অলপ অলপকৈ পনীয়া বস্তুখিনিৰ লগত মিহলাই পানী নাইবা গাখীৰ দি ভালদৰে ঘোল এটা বনাই বাটাৰ নাইবা ৰিফাইন মিহলাই বেকিং পাত্ৰ এটাত ঢালি লৈ ১৮০ ডিগ্ৰীত ৪০ মিনিট সময় বেক কৰিম৷
কেক্‌টো সম্পূৰ্ণ বেক হওঁতে আমি ঠাণ্ডা হ’ব দি Ising কৰি হুইপদ্‌ ক্ৰীম তৈয়াৰ কৰি ল’ম৷ কেক্‌টো তিনি তৰপত ভাগ কৰি ক্ৰীম লগাই থম৷ লগতে আমখিনিও দিম৷ সম্পূৰ্ণ Ising কৰাৰ শেষত অকণমান আম লৈ কেক্‌টোৰ ওপৰত নিজৰ পছন্দ অনুযায়ী সজাই ল’ম৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top