by Arup Kakoti

Equality in the eyes of the law স্বাধীন ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকসকলক কোনো বিভেদ নৰখাকৈ আইন সেৱাৰ অধিকাৰ ভোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪ অনুসৰি ভাৰতৰ সাৰ্বভৌম ভূখণ্ডত বসবাস কৰা প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকসকলে প্ৰধানকৈ– (ক) যিকোনো আইন (দেৱানী আৰু ফৌজদাৰী আইন)ৰ দ্বাৰা সমানেই ৰক্ষণাবেক্ষণ বা আইনৰ দ্বাৰা প্ৰতিপালিত হ’ব৷ (খ) যিকোনো আইনৰ দৃষ্টিত সমানেই বা সম মৰ্যাদাৰে স্থান আৰু ব্যৱহাৰ বা আচৰণ কৰা হ’ব৷ (গ) দেশৰ আইনপালিকা বা ৰাজ্যৰ আইন সভাই কোনো পক্ষপাতমূলক আইন প্ৰণয়ন কৰিব নোৱাৰিব৷ (ঘ) দেশ বা ৰাজ্যৰ কাৰ্যপালিকা আৰু প্ৰশাসনে পক্ষপাত আৰু মেৰুকৰণ দৃষ্টিৰে প্ৰশাসন পৰিচালনা কৰিব নোৱাৰিব৷
এই ভাৰতীয় সাংবিধানিক ব্যৱস্থাৱলীক ‘সমঅধিকাৰবাদ’ (Eqalitarianism) বুলি জনা যায়৷ ‘আইনী সমঅধিকাৰবাদ’ এই নিৰ্দিষ্ট তাত্ত্বিক ধাৰণাৰ সুত্ৰটো সাম্প্ৰতিক সময়ত গণতান্ত্ৰিক কল্যাণকামী ৰাষ্ট্ৰত পূৰ্ণতা পালেও ব্ৰিটিছসকলে ইয়াক মৌলিক অধিকাৰৰ অংশ বিশেষ হিচাপে The English Bill of Rights of ১৬৮৯ এ আনুষ্ঠানিক ৰূপ দিছিল৷ অৰ্থাৎ আইনী সমঅধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰৰ ধাৰণাটো আজিৰ নহয়৷
অন্যহাতে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৯ (ক) নিৰ্দেশাত্মকনীতিৰ সাংবিধানিক আইনী ব্যৱস্থা অনুসৰি সকলো বৈধ নাগৰিকক সমানে ‘সম সা-সুবিধা’ প্ৰদানৰ নিৰ্দেশনা আছে৷ ক্টArticle ৩৯(ট্ট) of the Constitution of India provides for ‘FREE LEGAL AID’ to the poor and weaker section of the societies and ensures justice for allক্ট
ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২২ (ৰ) অনুসৰি আটকাধীন ব্যক্তিয়ে ব্যক্তিক কৰা আটক সম্পৰ্কত বিতং তথ্য জানিব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰাই আনি সেৱাৰ অধিকাৰৰ ব্যৱস্থা কৰিব লাগিব৷ অৰ্থাৎ সংবিধান অনুসৰি অধিবক্তা বা আইনজীৱী বা বিধি ব্যৱসায়ী বা আইনী পৰামৰ্শদাতাৰ পৰা সহায় লোৱা বা পোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাব নোৱাৰিব অৰ্থাৎ বন্দী বা আটকাধীন ব্যক্তিয়ে সাংবিধানিক আইনী সাহায্য লোৱাটো আইনসন্মত৷ এয়া হৈছে দেশৰ নাগৰিক এজনে বা সমাজে আইন সেৱা বিভিন্ন কাৰণত অধিকাৰ ভোগ কৰা সাংবিধানিক আইনী মৌলিক প্ৰক্ৰিয়া৷

এতিয়া আহোঁ বিনামূলীয়া আইন সেৱাৰ আইনী বা নিৰ্দিষ্ট কৰা আইনী ব্যৱস্থালৈ৷ ভাৰতৰ সংবিধান প্ৰদত্ত আইন সেৱা বা আইনী অধিকাৰ পাবলৈ ভাৰতৰ কেন্দ্ৰীয় সংসদে The Legal Service Authorities Act, ১৯৮৭ নামেৰে এখন কেন্দ্ৰীয় আইন প্ৰণয়ন কৰে৷ ভাৰতৰ কল্যাণকামী গণতান্ত্ৰিক সমাজবাদী চিন্তা-চেতনাক গুৰুত্ব আৰোপ কৰি বিনামূলীয়া আইন সেৱাৰ, সেৱাৰ প্ৰচলনত সাৰ্বজনীন কৰাৰ উদ্দেশ্যৰে এই উল্লেখ কৰা আইনৰ প্ৰণয়নৰ উমান পোৱা যায়৷ আইনখনে আইনসেৱা দিয়াৰ ক্ষেত্ৰত সমাজৰ দুখীয়া, উপেক্ষিত আৰু দুৰ্বল শ্ৰেণীৰ লোকে যাতে সাংবিধানিকভাৱে সমাজৰ প্ৰতিজনে অন্যজনৰ দৰে আইন সেৱা পাব পাৰে তাৰ ব্যৱস্থা কৰিছে৷ আইনখনৰ উদ্দেশ্য যদি চাব বিচাৰে তেনেহ’লে আমি এনেকৈ উনুকিয়াব পাৰে– The Objectives of the Scheme is to privide Legal Services to the- Poorজ্ব – marginalisedজ্ব – weaker sections of the society as categorised in section ১২ অৰ্থাৎ আমাৰ সমাজৰ দুখীয়া, অৱহেলিত, সামাজিক বা আইনী ব্যৱস্থাৰ আওতাত নোপোৱা লোকসকলৰ বিনামূলীয়া আইনসেৱাৰ ব্যৱস্থা উল্লেখ কৰিছে৷ আনহে নালাগে কাৰাগাৰত বন্দী বা বিচাৰাধীন কোনো অভিযুক্তৰ ক্ষেত্ৰতো এই আইনৰ সুফল প্ৰয়োগ হ’ব৷ অন্য আইনী সাহায্য লোৱাৰ লগতে যদি কোনো অভিযুক্তযআচামাীয়ে কোনো অধিবক্তাৰ সহায় বা পৰামৰ্শ বা অধিবক্তাৰ আইনী অধিকাৰ ল’বলৈ অক্ষম তেনে ক্ষেত্ৰত আদালতসমূহে নিৰ্দিষ্ট নিয়ম অনুসৰি চৰকাৰী খৰচত সেই বিশেষ ব্যক্তিজনক সহায় কৰিবলৈ অন্য অধিবক্তা নিযুক্তি বা নিয়োগ কৰিব পাৰে৷ উল্লেখ কৰা দুখীয়া, অৱহেলিত, দুৰ্বল শ্ৰেণীৰ লোকসকলে বিনামূলীয়া আইনী সাহায্য পোৱাটো (ৰ) সাংবিধানিক অনুচ্ছেদ অধীনৰ (২) LSA Act ১৯৮৭ ১ সৰল আৰু পোনপটীয়া আইন সেৱা ব্যৱস্থা৷ অৱশ্যে এই আইন সেৱা ব্যৱস্থা বিনামূলীয়া ব্যৱস্থাপনাৰ সৈতে– ৰাষ্ট্ৰীয়; Section-৩ ৰাজ্যিক; Section-৬ জিলা; Section-জ্ঝ তালুক৷
আইন সেৱা প্ৰাধিকাৰী ক্ষেত্ৰ আৰু আইনী ব্যৱস্থাপনা আৰু বিনামূলীয়া আইন সাহায্য প্ৰদানৰ কতৃৰ্পক্ষ বা প্ৰাধিকাৰী সম্পূৰ্ণ আইনীভাৱে সু-সংগঠিত৷
এতিয়া আহো কোনসকল লোক আইন সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ মতে যোগ্য বা কোনসকল বিনামূলীয়া আইনী সাহায্য বা সহায়ৰ বাবে উপযুক্ত হিচাপে নিৰ্বাচিত হ’ব৷ এই আইনৰ ১২ নং ধাৰা মতে বিনামূলীয়া আইনী সহায় পাবলৈ যোগ্যসকল হ’ল– (ৰ) অনুসূচিত জাতি-জনজাতিৰ লোক৷ (২) মানৱ অপহৰণ বা কিনা-বেচা ব্যৱসায়ৰ দ্বাৰা ভুক্তভোগী ব্যক্তি (যাক ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২৩ (ৰ) অনুসৰি নিষিদ্ধ; (৩) শিশু আৰু মহিলা; (৪) শাৰীৰিকভাৱে অক্ষম ব্যক্তি যিসকলক ধাৰা Section-২ (i) of the persons with disabilities (equal ohportunities, production of Rights গু Full participation) Act ১৯৯৫ অনুসৰি ঘোষিত (৫) প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা পীড়িত বা আক্ৰান্ত বা গোষ্ঠী সংঘাত বা তেনে যেনে- mass-disater, ethnic-violence, castatrocity ইত্যাদিত ভুক্তভোগী ব্যক্তিসকলে; (৬) ঔদ্যোগিক বা তেনে উদ্যোগ পৰিসৰৰ এলেকাধীন কৰ্মী বা কৰ্মচাৰী বা কৰ্মত লিপ্ত ব্যক্তি; (৭) (ক) মানসিক চিকিৎসালয় বা তেনে নাৰ্চিং সেৱাৰ চিকিৎসানুষ্ঠানত আৱদ্ধ বা চিকিৎসাধীন (Under Section ২ (ন্ধ) mental health Act ১৯৮৭) (খ) জুভেনাইল হোম (Section-২ (j) Juvnile Justice Act ১৯৮৬) অনুসাৰে আৱদ্ধ বা উদ্ধাৰ শিশু; (গ) উদ্ধাৰ আশ্ৰমত আৱদ্ধ বা থকা ব্যক্তি (Section-২ (ন্ধ) immoral traffic (prevention ) Act ১৯৬৫ অনুসৰি; (৮) যিসকল ব্যক্তিৰ বাৰ্ষিক আয়ৰ পৰিমাণ এক লাখতকৈ কম হয় সেইসকল বক্তিক বিনামূলীয়া আইন সেৱা আইনী আৰু ভাৰতৰ সংবিধানৰ আদেশ, নিৰ্দেশ আৰু অনুচ্ছেদ অনুসৰি আইন সেনা প্ৰধিকাৰী আইনৰ দ্বাৰা লাভ কৰিব বা সেইসকলৰ বাবে হোৱা আইনী খৰচ আদালতৰ নিৰ্দেশনা অনুসৰি চৰকাৰে বহন কৰিব লাগিব বা বহন কৰাটো বাধ্যতামূলক৷ অৰ্থাৎ উল্লেখ কৰা ব্যক্তিসকলেও সমাজৰ অন্যসকলৰ দৰে সমানেই সম-মৰ্যাদাৰে আইন সেৱা বা ন্যায়প্ৰাপ্তিৰ অধিকাৰ থাকিব৷
সকলো আইনী সেৱাৰ সৈতে দুটা প্ৰধান দিশত জড়িত থাকে যাৰ দ্বাৰা এটা গোচৰ বিভিন্ন আদালতত বা ট্ৰিবিউনেল বিলাকত চলিত গোচৰ পৰ্যায়ক্ৰমে নিষ্পত্তি হোৱাত সহায়ক হয়৷ (ৰ) অধিবক্তা নিয়োগ, (২) আত্মপক্ষ সমৰ্থন বা নিৰ্দোষী প্ৰমাণৰ আইনী ব্যৱস্থা বহু ক্ষেত্ৰত বহু গোচৰৰ নিষ্পত্তি আপোচ মীমাংসাৰ দ্বাৰা হয় তেতিয়াও এই একেই আইনী প্ৰক্ৰিয়াই বাহাল থাকে৷ এই আইন অনুসৰি আত্মপক্ষৰ সমৰ্থনত আদালতত গোচৰত জড়িত থকা অধিবক্তাক আইনী অনুসৰি ফীজ বা মাচুল দিবলৈ নিৰ্দিষ্ট কৰা আইন সেৱা প্ৰাধিকাৰী বাধ্য৷ এই ক্ষেত্ৰত আমি এটা কথা উল্লেখ কৰা ভাল হ’ব যে আইনৰ লগত জড়িত অধিবক্তাসকলৰ কৰ্মসূচী আইন সেৱা বুলি অভিহিত কৰিলেও প্ৰকৃতাৰ্থত অধিবক্তাৰ ক্ষমতা কাৰ্যসূচী আৰু সেৱাসমূহক আনুষ্ঠানিক বৃত্তি বুলি জনা যায়৷ সেয়ে এই আইনী কৰ্মৰ সৈতে উপাৰ্জন, জীৱিকা আৰু জীৱন আদি জড়িত আছে৷ সেয়ে বহুতো অধিবক্তাৰ আইনী কাম-কাজ সেৱা বুলি নকৈ পেচাগত আইন বা বিধি ব্যৱসায় বুলিব বিচাৰে৷
আমি পুনৰবাৰ দোহাৰো যে ‘যিসকল আচামী বা অভিযুক্ত বা আইনী সাহায্য পোৱাৰ যোগ্য অৰ্থাৎ সেইসকল– (ক) অৰ্থনৈতিকভাৱে দুৰ্বল; (খ) সহায় বা সাহায্য দিওঁতাৰ অভাৱ; (গ) অধিবক্তাৰ সাহায্য ল’বলৈ বা পাবলৈ অক্ষম বা (ঘ) যোগাযোগৰ পৰা বঞ্চিত হয়৷
তেনে অৱস্থাত আদালতসমূহে বা নিৰ্দিষ্ট আদালতে বা ট্ৰিবিউনেলসমূহে অধিবক্তা নিয়োগ কৰিবলৈ বাধ্য হয় আৰু এইসমূহ খৰচ চৰকাৰৰ দ্বাৰা বহন কৰিবলৈ বাধ্য হয়৷ ভাৰতৰ ফৌজদাৰী কাৰ্যবিধি ১৯৭৩ (ট্ৰr. Pc) ১ ৩০৪ ধাৰা অনুসৰিও একেই নীতি বলৱৎ হয়৷ এইদৰেই উদ্ভৱ হোৱা গোচৰ বা বিবাদৰ ক্ষেত্ৰত বিনামূলীয়া নিৰ্দিষ্ট আইনৰ দ্বাৰা বিধি বা আইনসন্মত কৰি নিৰ্ধাৰিত কৰিব পাৰিব৷ ইয়াত চৰকাৰী পক্ষ তথা আইন সেৱা প্ৰাধিকাৰীৰ পূৰ্ণ আইনী বৰঙণি থাকিব আৰু ‘Actual or maximum Free Legal Contribution’ বুলি বুজিব পাৰো৷
ই-মেইল ঃ dr.chittaranjanphdঞ্ঝgmail.com