November 12, 2023November 12, 2023 by Arup Kakoti উপকৰণ ঃৰ কাপ শেৱালি ফুল২কাপ বেচন২টা পিয়াঁজ২টা কেঁচা জলকীয়ানিমখ অকণমান জলকীয়া আৰু পিয়াঁজ কাটি সকলোখিনি এটা পাত্ৰত ভালকৈ মিহলাই ল’ব৷ তাৰ পিছত কেৰাহীত তেল দি ভালকৈ গৰম হ’বলৈ দিব৷ চামুচ বা হােতৰে ভাজি ২য৩ টাকৈ ৰঙচুৱা হ’লে নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত বা আবেলি চাহৰ লগতো খাব পাৰি৷ বৰ ভাল খাবলৈ৷ গুজিয়া ২ কাপ মৈদা৬ চামুচ ৰিফাইন তেলৰ কাপ চেনিৰ কাপ চুজিৰকাপ নাৰিকলৰ গুৰি৷ প্ৰথমে ময়দাখিনি ভালকৈ মঠি ল’ব৷ চুজিখিনিও ভাল দৰে ভাজি ল’ব৷ চেনি আৰু নাৰিকলৰ গুৰিখিনি বেলেগে ভাজিব৷ ভালকৈ ভজা হ’লে চুজিৰ সৈতে পুনৰ আধাকাপ পানী দি সুন্দৰ কৈ মিহলাই ল’ব যাতে চুজিখিনি সিজে আৰু কমেও ১০ দিন ভাল হৈ থাকে৷তাৰপিছত মঠিথোৱা ময়দাখিনি গুটি কৰি লুচিৰ আকাৰত বেলি ল’ব৷ বেলিলৈ তাৰ ভিতৰত ভাজি থোৱা সংমিশ্ৰণখিনি অলপ অলপ ভৰাই দিব৷ আৰু যতনেৰে হেঁচা দি সুন্দৰ কৈ বনাব৷ তাৰপিছত কেৰাহীত তেল গৰম কৰি ৩য৪ টাকৈ কম জুইত ভাজি যাব৷ মচমচীয়া, আৰু ৰঙচুৱা হ’লে নমাই থব৷ বেলেগ কেৰাহীত ২য৩ কাপ চেনি আৰু পানী দি গৰম কৰি উতলাই উতলাই বেছি ডাঠ হ’লে ভাজি থোৱা কোৰমাখিনি তাত দি দিব৷ সাবধানে লৰাব যাতে নাভাগে৷ লাহে লাহে এটা এটাকৈ নমাই থব৷ চাহযকফিৰ লগত খাই চাবচোন, বৰ ভাল লাগে৷ পেট আৰু মন ভৰি যায়৷ Share on FacebookTweetFollow us