অতীত হল শতিকা পুৰণি সংসদ ভৱন (দেবৰ্ষি গৌতম) – Purbodix.com

অতীত হল শতিকা পুৰণি সংসদ ভৱন (দেবৰ্ষি গৌতম)

১৯০৯২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনিৰ্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথমখন অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো৷ দেশৰ ইতিহাসৰ বহুতো সৰুডাঙৰ ঘটনাপৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ফেব্ৰুৱাৰী তাৰিখে৷ এই সংসদ ভৱনটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ ১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল৷ এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল৷ সেই সময়ত এই সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ৮৩ লাখ টকাৰ৷ বৰ্তমান চৰ্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে৷ পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮জ্জ্বখন আসনৰ ব্যৱস্থা আছে৷ আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪খন আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবলগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০খন আসন আছে৷ নতুন সংসদ ভৱনটো ভৱিষ্যতৰ কিছু দিশ আগত ৰাখি নিৰ্মাণ কৰা হৈছে৷ দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা১৯০৯২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনিৰ্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথমখন অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো৷ দেশৰ ইতিহাসৰ বহুতো সৰুডাঙৰ ঘটনাপৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ফেব্ৰুৱাৰী তাৰিখে৷ এই সংসদ ভৱনটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ ১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল৷ এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল৷ সেই সময়ত এই সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ৮৩ লাখ টকাৰ৷ বৰ্তমান চৰ্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে৷ পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮জ্জ্বখন আসনৰ ব্যৱস্থা আছে৷ আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪খন আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবলগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০খন আসন আছে৷ নতুন সংসদ ভৱনটো ভৱিষ্যতৰ কিছু দিশ আগত ৰাখি নিৰ্মাণ কৰা হৈছে৷ দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা১৯০৯২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনিৰ্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথমখন অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো৷ দেশৰ ইতিহাসৰ বহুতো সৰুডাঙৰ ঘটনাপৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ফেব্ৰুৱাৰী তাৰিখে৷ এই সংসদ ভৱনটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ ১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল৷ এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল৷ সেই সময়ত এই সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ৮৩ লাখ টকাৰ৷ বৰ্তমান চৰ্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে৷ পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮জ্জ্বখন আসনৰ ব্যৱস্থা আছে৷ আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪খন আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবলগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০খন আসন আছে৷ নতুন সংসদ ভৱনটো ভৱিষ্যতৰ কিছু দিশ আগত ৰাখি নিৰ্মাণ কৰা হৈছে৷ দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা১৯০৯২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনিৰ্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথমখন অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো৷ দেশৰ ইতিহাসৰ বহুতো সৰুডাঙৰ ঘটনাপৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ফেব্ৰুৱাৰী তাৰিখে৷ এই সংসদ ভৱনটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ ১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল৷ এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল৷ সেই সময়ত এই সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ৮৩ লাখ টকাৰ৷ বৰ্তমান চৰ্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে৷ পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮জ্জ্বখন আসনৰ ব্যৱস্থা আছে৷ আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪খন আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবলগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০খন আসন আছে৷ নতুন সংসদ ভৱনটো ভৱিষ্যতৰ কিছু দিশ আগত ৰাখি নিৰ্মাণ কৰা হৈছে৷ দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা১৯০৯২০২৩ তাৰিখে পুৰণি সংসদ ভৱনৰ পৰা সকলো সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে প্ৰস্থান কৰি নৱনিৰ্মিত সংসদ ভৱনত প্ৰৱেশ কৰি প্ৰথমখন অধিৱেশনত অংশ গ্ৰহণ কৰাৰ লগে লগে অতীত হৈ পৰে দেশৰ প্ৰায় এশ বছৰীয়া সংসদ ভৱনটো৷ দেশৰ ইতিহাসৰ বহুতো সৰুডাঙৰ ঘটনাপৰিঘটনাৰ জ্বলন্ত সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ এই পুৰণি সংসদ ভৱনটোৰ ব্ৰিটিছৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল ১৯২১ চনৰ ফেব্ৰুৱাৰী তাৰিখে৷ এই সংসদ ভৱনটো নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰায় বছৰ সময়ৰ প্ৰয়োজন হৈছিল৷ ১৯২৭ চনৰ ১৮ জানুৱাৰী তাৰিখে পুৰণি সংসদ ভৱনটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল৷ এই পুৰণি সংসদ ভৱনটো ব্ৰিটিছে কাউন্সিল হাউচ হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰিছিল৷ সেই সময়ত এই সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল প্ৰায় ৮৩ লাখ টকাৰ৷ বৰ্তমান চৰ্চাৰ শিৰোনামত থকা নতুন সংসদ ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় তিনি বছৰ সময়ৰ প্ৰয়োজন হোৱাৰ লগতে প্ৰায় ৮০০ কোটিৰো অধিক টকা ব্যয় কৰিবলগীয়া হৈছে৷ পুৰণি সংসদ ভৱনটোত লোকসভা সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ৫৫২খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত লোকসভা সাংসদ সকলৰ বহিবলৈ প্ৰায় ৮৮জ্জ্বখন আসনৰ ব্যৱস্থা আছে৷ আনহাতে পুৰণি সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকল বহাৰ বাবে আসনৰ সংখ্যা আছিল প্ৰায় ২৫০খন কিন্তু নৱনিৰ্মিত সংসদ ভৱনটোত ৰাজ্যসভাৰ সাংসদ সকলৰ বহিবলৈ প্ৰায় ৩৮৪খন আসনৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে যদি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ সকল একেলগে বহিবলগীয়া হয় তেনেহলে নতুন সংসদ ভৱনটোত ইয়াৰ বাবে ১২৮০খন আসন আছে৷ নতুন সংসদ ভৱনটো ভৱিষ্যতৰ কিছু দিশ আগত ৰাখি নিৰ্মাণ কৰা হৈছে৷ দেশৰ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ সকলো স্থানান্তৰিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীযে ঘোষণা

কৰে যে পুৰণি সংসদ ভৱনটোক এতিয়াৰে পৰা পুৰণি সংসদ ভৱনৰ সলনি জনা যাব সংবিধান ভৱন হিচাপে৷ এই পুৰণি সংসদ ভনৱৰ পৰা প্ৰস্থান কৰাৰ সময়ত শাসকবিৰোধী সকলো সংসদ একত্ৰিত হৈ এক সমূহীয়া আলোচিত লোৱা পৰ্ব অনুষ্ঠিত কৰা হয়৷ পুৰণি সংসদসকলৰ বহু স্মৃতি বিজড়িত হৈ থকা এই পুৰণি সংসদ ভৱনৰ পৰা ওলাই যোৱাৰ সময়ত সকলোৰে মাজত এক আবেগিক পৰিবেশৰ সৃষ্টি হয়৷ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰি দেশৰ হৈ নিজৰ প্ৰাণ আত্মবলিদান দিয়া ভগৎ সিঙে সেই পুৰণি সংসদ ভৱনতে বোমা বিস্ফোৰণ ঘটাই ব্ৰিটিছক এক প্ৰকাৰ কঁপাই তুলিছিল৷ ইয়াৰ উপৰিও সংসদ ভৱনৰ ওপৰত চলিছিল সন্ত্ৰসবাদী আক্ৰমণ৷ এই সন্ত্ৰসবাদী আক্ৰমণত শ্বহীদ হৈছে দেশৰ বহু কেইগৰাকী বীৰ জোৱান৷ এনেধৰণৰ আৰু বহুতো সৰু ডাঙৰ ঘটনাপৰিঘটনা এতিয়া পুৰণি সংসদ ভৱনৰ সৈতে অতীত বলৈ হৈ ল৷ এই পুৰণি সংসদ ভৱনতে দেশৰ সাংসদসকলক সম্বোধন কৰিছিল বহু কেইগৰাকী জনপ্ৰিয় আৰু শক্তিশালী বুলি বিশ্বত চিনাকি থকা বিশ্বনেতাই৷ স্বাধীনতাৰ পূৰ্বৰ আৰু দেশে স্বাধীনতা লাভ কৰা ৭৭ বছৰৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব পুৰণি সংসদ ভৱনৰ নাম আৰু সৰুবৰ প্ৰতিটো ঘটনাপৰিঘটনা৷ এই পুৰণি সংসদ ভৱনক আওকান কৰি কেতিয়াও দেশৰ ৰাজনৈতিক ইতিহাস সম্পূৰ্ণ নোৱাৰে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথম স্বাধীন ভাৰতৰ সংসদৰ অধিৱেশন এই ভৱনটোতে অনুষ্ঠিত হৈছিল৷ ভাৰতীয় ৰাজনীতিৰ বহুতো উত্থানপতনৰো সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ দেশৰ প্ৰতিগৰাকী লোক দেশৰ নতুন সংসদ ভৱনকলৈ অতি আশাবাদী৷ দেশবাসীয়ে আশা কৰিব যাতে এই নতুন সংসদ ভৱনৰ পৰাই আৰম্ভ হওক দেশৰ এক নতুন ঊৰ্ধমুখী যাত্ৰা৷ যি যাত্ৰাই আৰম্ভ কৰিব দেশত এক মূল্যবোধৰ ৰাজনৈতিক পৰিক্ৰমা, জাগ্ৰত কৰিব জনপ্ৰতিনিধি হিচাপে এগৰাকী সংসদৰ জনতাৰ বাবে থাকিবলগীয়া দায়বদ্ধতাক৷ দেশবাসীৰ সকলো আশা আৰু প্ৰত্যাশাৰ ওপৰত কিমান বিশ্বাসী হৈ থিয় পাৰে দেশৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি সেইয়া সময়ে নিৰ্ধাৰণ কৰিব৷ দেশৰ গণতন্ত্ৰৰ মন্দিৰৰূপে স্বীকৃতি লাভ কৰা সংসদ ভৱনৰ ওপৰত দেশৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ দৃষ্টি নিবদ্ধ থাকিব৷ vvকৰে যে পুৰণি সংসদ ভৱনটোক এতিয়াৰে পৰা পুৰণি সংসদ ভৱনৰ সলনি জনা যাব সংবিধান ভৱন হিচাপে৷ এই পুৰণি সংসদ ভনৱৰ পৰা প্ৰস্থান কৰাৰ সময়ত শাসকবিৰোধী সকলো সংসদ একত্ৰিত হৈ এক সমূহীয়া আলোচিত লোৱা পৰ্ব অনুষ্ঠিত কৰা হয়৷ পুৰণি সংসদসকলৰ বহু স্মৃতি বিজড়িত হৈ থকা এই পুৰণি সংসদ ভৱনৰ পৰা ওলাই যোৱাৰ সময়ত সকলোৰে মাজত এক আবেগিক পৰিবেশৰ সৃষ্টি হয়৷ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম কৰি দেশৰ হৈ নিজৰ প্ৰাণ আত্মবলিদান দিয়া ভগৎ সিঙে সেই পুৰণি সংসদ ভৱনতে বোমা বিস্ফোৰণ ঘটাই ব্ৰিটিছক এক প্ৰকাৰ কঁপাই তুলিছিল৷ ইয়াৰ উপৰিও সংসদ ভৱনৰ ওপৰত চলিছিল সন্ত্ৰসবাদী আক্ৰমণ৷ এই সন্ত্ৰসবাদী আক্ৰমণত শ্বহীদ হৈছে দেশৰ বহু কেইগৰাকী বীৰ জোৱান৷ এনেধৰণৰ আৰু বহুতো সৰু ডাঙৰ ঘটনাপৰিঘটনা এতিয়া পুৰণি সংসদ ভৱনৰ সৈতে অতীত বলৈ হৈ ল৷ এই পুৰণি সংসদ ভৱনতে দেশৰ সাংসদসকলক সম্বোধন কৰিছিল বহু কেইগৰাকী জনপ্ৰিয় আৰু শক্তিশালী বুলি বিশ্বত চিনাকি থকা বিশ্বনেতাই৷ স্বাধীনতাৰ পূৰ্বৰ আৰু দেশে স্বাধীনতা লাভ কৰা ৭৭ বছৰৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব পুৰণি সংসদ ভৱনৰ নাম আৰু সৰুবৰ প্ৰতিটো ঘটনাপৰিঘটনা৷ এই পুৰণি সংসদ ভৱনক আওকান কৰি কেতিয়াও দেশৰ ৰাজনৈতিক ইতিহাস সম্পূৰ্ণ নোৱাৰে৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথম স্বাধীন ভাৰতৰ সংসদৰ অধিৱেশন এই ভৱনটোতে অনুষ্ঠিত হৈছিল৷ ভাৰতীয় ৰাজনীতিৰ বহুতো উত্থানপতনৰো সাক্ষী এই পুৰণি সংসদ ভৱনটো৷ দেশৰ প্ৰতিগৰাকী লোক দেশৰ নতুন সংসদ ভৱনকলৈ অতি আশাবাদী৷ দেশবাসীয়ে আশা কৰিব যাতে এই নতুন সংসদ ভৱনৰ পৰাই আৰম্ভ হওক দেশৰ এক নতুন ঊৰ্ধমুখী যাত্ৰা৷ যি যাত্ৰাই আৰম্ভ কৰিব দেশত এক মূল্যবোধৰ ৰাজনৈতিক পৰিক্ৰমা, জাগ্ৰত কৰিব জনপ্ৰতিনিধি হিচাপে এগৰাকী সংসদৰ জনতাৰ বাবে থাকিবলগীয়া দায়বদ্ধতাক৷ দেশবাসীৰ সকলো আশা আৰু প্ৰত্যাশাৰ ওপৰত কিমান বিশ্বাসী হৈ থিয় পাৰে দেশৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি সেইয়া সময়ে নিৰ্ধাৰণ কৰিব৷ দেশৰ গণতন্ত্ৰৰ মন্দিৰৰূপে স্বীকৃতি লাভ কৰা সংসদ ভৱনৰ ওপৰত দেশৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ দৃষ্টি নিবদ্ধ থাকিব৷ vvv

 

Leave a Reply

Your email address will not be published. Required fields are marked *