মৰীচিকা(এছ ইছলাম) – Purbodix.com

মৰীচিকা(এছ ইছলাম)

জীৱনৰ হাজাৰ      আশা মোৰ

   কলিতে মৰহি ,

জীৱনৰ বহুতো      কথাবোৰ

   নোকোৱা সাধু ল৷  

 

মৰুৰ বুকুত      পথ বিচাৰি

   দিশহাৰা লো,

জীৱন মৰুত     মৰম বিচাৰি

   হাবাথুৰি খালোঁ৷

 

জীৱন বেলি     মাৰ যাওঁ যাওঁ

  জীৱনৰ বিয়লি বেলা,

ভুলৰ বুকুতে     শেষ মোৰ

  জীৱনৰ যত খেলা৷

Leave a Reply

Your email address will not be published. Required fields are marked *