কবিতা – Purbodix.com

কবিতা

প্ৰাণ প্ৰতিমা বড়া

স্তৱক

ফাগুনৰ ধূলিয়ৰি বাটৰ আঁচল উৰুৱাই

সৰাপাতে জুৰে বিষাদৰ গান

কুঁহিপাতৰ আগমনত

নিজক হেৰুওৱাৰ বেদনাত

অধীৰ হেঁপাহেৰে বাট চাই

জীৱন জুৰোৱা বৰষুণজাক

 

স্তৱক

কিমান বিষাদে আৱৰিব

কিমান বিষাদে নিচুকাব

ভাগৰুৱা হৃদয়ত

 বিষাদে উচুপি উচুপি

 

ভাগৰুৱা তন্দ্ৰাত নিমগ্ন

Leave a Reply

Your email address will not be published. Required fields are marked *