
আজিৰ যুগৰ stressful জীৱনশৈলীত ধ্যান বা Meditation অতি গুৰুত্বপূৰ্ণ৷ Meditation এ আমাক মানসিক–শাৰীৰিক তথা ভাৱনাত্মকভাৱে সৱল কৰি তোলে৷ এই অভ্যাসে শান্ত– Relax হৈ থকাত সহায় কৰে৷ Meditation এ আমাক Tension ১ পৰা মুক্ত কৰে৷ আমি মানসিক শান্তি পোৱাৰ ফলত আমাৰ শীৰতো Healthy আৰু Active হয়৷ Meditationৰ অভ্যাস যিকোনো মানুহেই কৰিব পাৰে৷
ধ্যান বা Meditation হ’ল এক মানসিক ব্যায়াম য’ত Relaxation, Focus আৰু Activeness জড়িত হৈ আছে৷ যিদৰে শৰীৰৰ বাবে শাৰীৰিক ব্যায়মৰ দৰকাৰ সেইদৰে আমাৰ মানসিক স্বাস্থ্যৰ বাবে Meditation এক দৰকাৰী অভ্যাস৷ Meditation এনে এক অভ্যাস য’ত বহুতো ব্যক্তিয়ে একেটা Technique তে অভ্যাস কৰিব পাৰে৷ উদাহৰণস্বৰূপে– Midfulness, কোনো বিশেষ বস্তু, বিচাৰ বা গতিবিধিত ধ্যানকেন্দ্ৰিও কৰা যাতে Focus আৰু Observation বঢ়াব পৰা যায় ইত্যাদি৷ ইয়াৰ অভ্যাসে এজন ব্যক্তিক মানসিকভাৱে স্পষ্ট সৱল বনায় আৰু ভাৱনাত্মকৰূপে শান্তি আৰু স্থিৰতা প্ৰদান কৰে৷ ধ্যানে বা Meditation এ Cortisol Hormone ১ স্তৰ Control কৰি আৰাম দিয়ে ফলত Stress কম কৰাত বিশেষ সহায় হয়৷ Anxiety, depression, নিৰাশাৰ দৰে মানসিক স্থিতিত আমাৰ মগজুক শান্ত কৰি শান্তি প্ৰদান কৰে৷ Meditation ১ নিয়মিত অভ্যাসে Anxiety Disorder ১ দৰে লক্ষণসমূহ কম কৰে৷ যেনে– Fobia, Social Anxiety, Compulsive Disorder ইত্যাদি৷ Meditation এ লগতে Aging Process ও লেহেমীয়া কৰে আৰু বহু পৰিমাণে মানুহক প্ৰাণো২৬ল কৰি ৰাখে৷ Relax কৰি ৰাখে বাবে টোপনি নোহোৱাৰ দৰে সমস্যা দূৰ কৰি টোপনি অহাত সহায় কৰে৷
Meditation বহুত প্ৰকাৰৰ আছে যদিও তাৰ ভিতৰত– (ৰ) দ্বen Meditation, (২) Mindfulness Medition, (৩) Spiritual Meditation, (৪ Kundalini Yog Dhyan, (৫) Mantra Meditation আদি উল্লেখযোগ্য৷
এই অভ্যাস সমূহ প্ৰথম অৱস্থাত কোনো গুৰুৰ তত্ত্বাৱধানত শিকিলৈ কৰিব পাৰিলে ভাল৷ নোৱাৰিলেও কোনো শান্ত–সমাহিত ঠাইত বহি চকু বন্ধ কৰি নিজৰ উশাহ কেনেকৈ লৈছো আৰু কেনেকৈ এৰিছো সেইটো Observe কৰিব পাৰে৷ ইয়ো এক ধ্যান বা Meditation৷ সেইদৰে ‘‘ঔঁম’’ কাৰ জপ কৰিব পাৰে৷ Meditation ১ অভ্যাস সদায় কৰিব লাগে৷ দিনে ২ বাৰকৈও কৰিব পাৰে৷ তাৰ বাবে শান্ত পৰিৱেশত বহি লৈ দিনটোৰ যিকোনো সময়ত কৰিব পাৰে৷ কিন্তু ৰাতিপুৱাৰ সময় অতি উত্তম৷ বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত উঠি যদি Meditation কৰিব পাৰে অধিক লাভ পাব পৰা যায়৷ সন্ধিয়াও Meditation কৰিব পাৰে৷ দৰাচলতে ৰাতিপুৱা আমাৰ মন–শৰীৰ শান্ত হৈ থাকে বাবে Meditation ১ বাবে উত্তম বুলি কোৱো হয়৷ সেইদৰে ৰাতি শোৱাৰ আগতেও Meditation কৰিব পাৰে৷ vv