এপোৱা(মুকুল জয়ন্ত) – Purbodix.com

এপোৱা(মুকুল জয়ন্ত)

গধুলিতে অজুহাতত

হালিয়াই ৰাজঘৰ,

দাখন লৈ ৰেপি আছে

মানকচুৰদুমুঠি,

চিচা বৈয়ামত

ভৰি আছে বাবে

আধা পেটী চাউল৷

Leave a Reply

Your email address will not be published. Required fields are marked *