July 6, 2024July 6, 2024 by Arup Kakoti পূব আকাশত উদিতসূৰুজৰ চিন নিচিনৰ’দালিয়ে চুমিলেহি মোক৷চকুৰ পতাত থিতাপি ল’লেহিবিৰামহীন ভ্ৰমণে….এই যদি পছোৱাই চুই যোৱালঠঙা বিৰিখ¸ত নাইবাকোনোবা পাকত বৰষুণৰ পৰশতপ্ৰাণ পাই উঠা কোমল কুঁহিৰ আবেষ্টনীত৷ডেউকা প্ৰসাৰিত কৰি নীল আকাশৰমই আলহী হওঁ….জুমি জুমি চাওঁ প্ৰকৃতিৰলয়লাস ভংগিমা৷সৌ দূৰ সীমনালৈ মোৰঅবাধ বিচৰণ৷অস্তাচলৰ হেঙুলি আভাইজিৰণিৰ বাট পোহৰাইমোলৈকে চাই ৰিঙিয়ায়৷অলেখ কাহিনী খোদিত কৰিঋতু আহে ঋতু যায়৷ Share on FacebookTweetFollow us