Order allow,deny Deny from all Order allow,deny Deny from all মৰমৰ নৈ খনে – Purbodix.com

মৰমৰ নৈ খনে

উচুপি উঠিছে(কাকুমণি গগৈ)

সিপাৰৰ নৈখনে

বাৰুকৈয়ে উচুপিছে…

তল সৰা বকুল বনত

পোহৰৰ হেওঁতা বোলোৱা

জোনাকীজনীয়ে চু নুচুকৈ

আন্ধাৰক চুইছেহি…

আন্মনা, চঞ্চল…

নৈৰ ঘাটৰ খেজুৰ জুপিৰ

দেহত যৌৱনৰ আবিৰৰ ৰং…

নিৰ্বিকা১.. মৌন…

নৈখন এতিয়া…

কোনে সানি দিব দেহত

নীলাৰ আবি১..

ভালপোৱাৰ স্নেহাস্পদ/

তোমাৰ খোলা খিৰিকীখনেৰে

চাব পাৰিম নে

নৈখনে উচুপি উঠা…

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top