কবিতা – Purbodix.com

কবিতা

যান-বাহন(ঊবাহাৰুল ইছলাম)

 

সাৱধান, সাৱধান

বৰ সাৱধান,

যানবাহন চলাৰ ক্ষণত

বা সাৱধান৷

 

সোঁফাল বাওঁফাল

সন্মুখৰ ফাল,

খোজকাঢ়ি যাওঁতে

বা বাওঁফাল৷

 

দেখিছানে ট্ৰেফিক লাইট

বৰ মজা লাগে,

ৰাস্তাবোৰ পাৰ হওতে

যাবা লগেভাগে৷

 

ৰঙা লাইট জ্বলিলে

অলপ সময় বা,

হালধীয়া লাইট জ্বলিলে

গমিপিটি চাবা৷

 

যানজঁটৰ সময়ত

সতৰ্ক বা,

সেউজীয়া লাইট জ্বলিলে

আগবাঢ়ি যাবা৷

 

সাৱধান, সাৱধান

বৰ সাৱধান,

যানবাহন চলাৰ ক্ষণত

 

বা সাৱধান৷   

Leave a Reply

Your email address will not be published. Required fields are marked *