December 13, 2024December 13, 2024 by Arup Kakoti তুমি মোৰ সঁজাল ধৰা ধানৰ সজীৱ থোৰ,তুমি মোৰ সপোনৰ সীমাহীন সোপান,তুমি মোৰ ৰণুৱা ঘোঁৰাৰ তেজাল গতিতুমি মোৰ শান্তিৰ সুললিত সুৰ,তুমি মোৰ জীৱনৰ জীয়া জীয়া সময়,তুমি মোৰ পৃথিৱীৰ চৰ্তহীন গান,তুমি মোৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত হেন্দোলনি,তুমিয়েইতো অকবিত্বময় কবিতাৰ দূৰন্ত ৰহঘৰাসেয়ে তুমিয়েই মোৰ পৃথিৱীৰ প্ৰোথিত, প্ৰত্যাশিতশ্ৰেষ্ঠ কবিতা৷ Share on FacebookTweetFollow us