
সময়ৰ চাকনৈয়াত
শব্দবোৰৰ অসুখ
কথাবোৰৰ অসুখ…
বিশ্বাসবোৰৰ অসুখ
এতিয়া বিশ্বাসবো১..
হৈ পৰিছে মাথোঁ
অবিশ্বাস্য….
শব্দবোৰ, কথাবোৰ
হৈ পৰিছে মাথোঁ…
অকথ্য…৷
তথাপিও বাট চাই ৰওঁ
এটি আশা ভৰা মন লৈ
সময়ৰ পৰিৱৰ্তনৰ
লগে-লগে..
এটি ভাল দিন আহিব বুলি… ৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]