January 11, 2025January 11, 2025 by Arup Kakoti তোমাক কাষত বিচাৰি অলপ নিৰ্জনতাক গিলিলোহৃদয়লৈকে শিপাই গ’ল তুমিও আহিলা, বুকুও ভৰালা মইহে হেৰাই গ’লোবিলীনতাত অস্থিৰতাত ৰাতিৰ নিজানত মাধৱ ৰাধাৰূপিনী হৃদয়ৰ ৰাধা সমস্ত সত্ত্বাতঅনুভৱ কৰি কৃষ্ণ, ৰাধাৰূপিনী বিৰহৰ আত্মীয়তা ৰাধা – কৃষ্ণৰ সম্পূৰ্ণতা তুমি আৰু মইআৰু, একোকে নালাগে মৰুভূমিৰ তপত বালিৰ মাজতোপ্ৰেমৰ মলয়া সুবাস বলিবতুমি চাই দিলেই’এখনি নদী বুকুলৈ বৈ আহিব… Share on FacebookTweetFollow us