February 19, 2025February 19, 2025 by Arup Kakoti ভালপোৱাৰ জ্যামিতিততুমি মই দুডাল সমান্তৰাল সৰলৰেখাকাহানিও মিলিত নোহোৱা… তথাপি মনে কয়,এবাৰ লগ পোৱা হ’লে… প্ৰতিশ্ৰুতিৰ এজাক বৰষুণত তিতি-বুৰিহৃদয়ত সিঁচি থোৱা বিশ্বাসৰ বীজবোৰজীপাল কৰিবলৈ,এবাৰ লগ পোৱা হ’লে…ফাগুনে লঠঙা কৰা ডালত বসন্তৰ সুহুৰিতমনৰ ভিতৰত পুহি ৰখাপূৰৈ ৰঙী সপোনটোৱেবাগৰ সলাবলৈ,সৰলৰৈখিক দূৰত্বেৰে জীৱনৰ গতি তথাপি মনে কয়,এবাৰ লগ পোৱা হ’লে..এজোলোকা অভিমান লৈতোমাৰ ওঁঠৰ শব্দৰ ৰাগিত মাতাল হৈহৃদয়ে হৃদয়ে জুমি চাবলৈ…৷৷ Share on FacebookTweetFollow us