Order allow,deny Deny from all Order allow,deny Deny from all মৰমৰ(কাকুমণি গগৈ) – Purbodix.com

মৰমৰ(কাকুমণি গগৈ)

ক’ৰ পৰা আৰম্ভ কৰিম

তোমাৰ মোৰ কাহিনীবো১…

তোমাৰ ভালপোৱাত

মই যে লুতুৰি পুতুৰি আঘাতপ্ৰা৫..

তুমি জানানে

তোমাৰ নামত..

ভালপোৱাৰ ফাগুন বলিছে কেউপিনে…

আৰু মৰম বোৰ হালধীয়া হৈ

নামি আহিছে..

মোৰ হৃদয়ৰ কোঠালিলৈ..

তুমি হয়তো নাজানা..

তুমি মোৰ হৃদয়ত

মৰমৰ কোটা কেইডালেৰে

এটি বাঁহ সাজিছা..

সুকোমল তোমাৰ পৰশ

তুমি মোৰ বাবেই

সাতোৰঙী মই..

আৰু কি জানা..

সখিয়তী চৰাই জনীয়েও

ন সাজেৰে…

প্ৰেমৰ মালা পিন্ধিছে…

ইতি…

তোমা১….

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top