February 19, 2025February 19, 2025 by Arup Kakoti এই নদীখনৰ কাষত আহিলেই মনৰ দুখবোৰ বৰ পাতল হোৱা যেন লাগে, জানো তুমি ইয়াত নাই তথাপিও তোমাক বিচাৰি আহোঁ এই নদীৰ পাৰলৈ, তুমি কিয় নদী নোহোৱা! তুমি নদীখনৰ দৰে হোৱাচোন তুমি নদী হ’লেই তোমাৰ কাষলৈ আৰু বহু প্ৰেমিক আহিব যাৰ হৃদয়খন কাহানিবাইপ্ৰচণ্ড চাপত চাৰখাৰ হৈ গৈছেতুমি নদী হৈ পানীৰ ধাৰত সেই দুখবোৰ ধুই নিবা… Share on FacebookTweetFollow us