March 10, 2025March 10, 2025 by Arup Kakoti ঃ ঐ কি কৰি আছ বে?ঃ আব্বে মুৰ্গীৰ লগত ৰুটি খাই আছো বে৷ঃ ৰহ গৈ আছো৷গৈ দেখে সঁচাকৈয়ে মুৰ্গীৰ সতে ৰুটি খাই আছে৷ শুকান ৰুটি এটালৈ এটুকুৰা সি খাইছে এটুকুৰা চিঙি ঘৰৰ দাকোৱাল মুৰ্গীটোক খুৱাই আছে৷ Share on FacebookTweetFollow us