Order allow,deny Deny from all Order allow,deny Deny from all লুইতৰ পাৰৰ সৰিয়হ ফুল নেদেখাএজন কৃষকৰ দুখ ( লক্ষ্মী প্ৰসাদ ৰেগন) – Purbodix.com

লুইতৰ পাৰৰ সৰিয়হ ফুল নেদেখাএজন কৃষকৰ দুখ ( লক্ষ্মী প্ৰসাদ ৰেগন)

n লক্ষ্মী প্ৰসাদ ৰেগন

n লক্ষ্মী প্ৰসাদ ৰেগন

লুইতৰ পাৰত সৰিয়হ ফুল ফুলিলে

কোনোবা কৃষকে মোৰ বুকুত হাল কোৰ বায়

কয়, মোৰ বকুখন হেনো বৰ ৰসাল

এৰা, বহুতেই আকৌ

সন্ধিয়া তৰাৰ সৈতে কথা পাতি থাকোঁতেই, বপুৰাই

টোপনিৰ সৈতে কথা পাতিবলৈ থাকিয়েই যায়

আজি বহু বছৰ হ’ল মোৰ বুকুতো সৰিয়হ ফুল নুফুলা

লুইতখন মোৰ শত্ৰু নে মিত্ৰ নাজানো

আজি বহু বছৰৰ পৰাই

মোৰ খেতি মাটিৰ সোৱাদ লুইতেই লৈ আছে

মই মাথেঁঁা চাই আছোঁ

ইমান দুখ

ঈশ্বৰে কেনেকৈ সহিব পাৰে

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top