Order allow,deny Deny from all Order allow,deny Deny from all Arup Kakoti – Page 13 – Purbodix.com

Author name: Arup Kakoti

CURRENT TOPIC

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ ঃ সাৰাংশ ঃ মূল ঃ ড॰ গৌৰহৰি দাস (অনুবাদ ঃ নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা ক্ষতিক্ক – মালতী হঠাৎ চক খাই উঠিল৷ লগে লগে তাই দেউতাকলৈ চিঠি এখন লিখিবলৈ বহি পৰিল৷ […]

CURRENT TOPIC

শিৱ-পুৰাণৰ আধাৰত ৰচিত

চুটি নাট “দক্ষযজ্ঞ’’(পপী চহৰীয়া)  চৰিত্ৰসমূহ ঃ  ৰ)) দক্ষ (পুৰুষ) ঃ এজন অহংকাৰী আৰু শক্তিশালী ৰজা, আড়ম্বৰপূৰ্ণভাৱে যজ্ঞৰ আয়োজন কৰিবলৈ সংকল্পবদ্ধ৷

CURRENT TOPIC

অনুগল্প

দীপাৱলীৰ চাকি(কৰবী বৰ্মন কলিতা) ঘৰখনলৈ অহা দুÊঃসংবাদে যোৱাবাৰ দীপাৱলীৰ দিনা,  ভগবান ৰামে অযোধ্যা নগৰী ঘূৰি অহাৰ আনন্দত জ্বলোৱা চাকিগচিৰ পৰিৱৰ্তে

CURRENT TOPIC

প্ৰাপ্তি(ৰীমা দুৱৰা)

সত্যজিৎ খুড়াই গোটেই দেহাটোক সম্পূৰ্ণৰূপে চকীখনত এৰি দি ভৰি দুটা বহলকৈ মেলি নিজৰ ভিতৰতে ভোৰভোৰাই কিবাকিবি কৈ থাকে৷ তাকে দেখি

CURRENT TOPIC

ভাৰতীয় সমাজ জীৱনত

সেন্দুৰৰ অৱদান(ৰঞ্জুশ্ৰী বৰ্মন কেইবছৰমান আগৰ কথা৷ দুৰ্গা পূজালৈ বিশ-পঁচিশ দিন মান আছিল৷ মই মোৰ বাইদেউৰ সৈতে ফাঁচী বজাৰৰ এখন বস্ত্ৰালয়ত

CURRENT TOPIC

হতাশা বা ডিপ্ৰেছন – জীৱনৰ নীৰৱ ঘাটক(হিমাংশু ৰণ্‌জন ভূঞা)

হতাশা বা বিষাদগ্ৰস্ততা (ইংৰাজীত যাক ডিপ্ৰেছন বুলি কোৱা হয়) বৰ্তমান আমাৰ সমাজত সবাতোকৈ গুৰুত্বপূৰ্ণ মানসিক ৰোগ হিচাপে বিবেচিত হৈছে৷ হতাশা

CURRENT TOPIC

অসমীয়া ভাষাৰ উৎপত্তিঃ এটি সমীক্ষা(নাছিৰ আহমেদ)

অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰাৰ আগতে পৃথিৱীৰ মূল ভাষা পৰিয়ালৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম৷ (ৰ) ভাৰত ইউৰোপীয় যি

CURRENT TOPIC

কাৰ্বি জনগোষ্ঠীৰ পটভূমিত ৰচিত প্ৰথমখন গল্প সংকলন কেফ’ আজিন্তাক(দেবৰ্ষি গৌতম)

“কেফ’ আজিন্তাক’’ নামটোৰ মাজতেই যেন এক ৰহস্য লুকুৱাই আছে৷ নামটো শুনাৰ লগে লগে নামটোৰ অৰ্থ কি জানিবলৈ মনত হেঁপাহ জাগি

Scroll to Top