Order allow,deny Deny from all Order allow,deny Deny from all Arup Kakoti – Page 15 – Purbodix.com

Author name: Arup Kakoti

CURRENT TOPIC

মৌলবাদ নিপাত যাওক(নাছিৰ আহমেদ)

বৰ্তমান বাংলাদেশৰ দ্ৰুত গতিত পৰিৱৰ্তন হোৱা ৰাজনৈতিক ঘটনা-পৰিঘটনাই বাংলাদেশত যেন এক নতুন পটভূমি গঢ়ি উঠাৰ লক্ষণ সুস্পষ্ট কৰিছে৷ উপনিৱেশবাদী পাকিস্তানৰ […]

CURRENT TOPIC

চুটি গল্প

জয়লাভৰ গ্লানি(ঊমানস চক্ৰবৰ্তী) আন দিনাৰ দৰে আজিও ক্লাছ ছুটি হোৱাৰ পিছতে ৰমেন আৰু নলীন দুয়ো বন্ধু ওলাই গ’ল খেলিবলৈ৷ সিহঁত

CURRENT TOPIC

মহিষাসুৰমৰ্দিনী(ঊড॰ মৃদুস্মিতা ফুকন)

ভাৰতীয় হিন্দুৰ জনমানসত দেৱী দুৰ্গাৰ যিকেইটা ৰূপ মহাশক্তিৰ আধাৰ হিচাপে পূজিতা হৈ আহিছে, তাৰ ভিতৰত অন্যতম হ’ল দেৱীৰ মহিষাসুৰমৰ্দিনী ৰূপ৷

CURRENT TOPIC

কবিতা

যান-বাহন(ঊবাহাৰুল ইছলাম)   সাৱধান, সাৱধান বৰ সাৱধান, যান-বাহন চলাৰ ক্ষণত হ’বা সাৱধান৷   সোঁফাল বাওঁফাল সন্মুখৰ ফাল, খোজকাঢ়ি যাওঁতে ল’বা

CURRENT TOPIC

মানৱ সেৱাই যাৰ পৰম ধৰ্ম-ৰামকৃষ্ণ পৰমহংস(ঊজোনাকী দেৱী )

মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম-এই কথাই সাৰোগত কৰি জীৱন বাটত সকলোকে মৰমেৰে আকোঁৱালি লোৱা মহাপুৰুষজন হৈছে -ৰামকৃষ্ণ পৰমহংস৷ এজন প্ৰখ্যাত ভাৰতীয়

CURRENT TOPIC

তেজপুৰৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীভৈৰৱী দেৱী মন্দিৰ বা মাইথানৰ ইতিহাস আৰু পৰম্পৰাগত দুৰ্গা পূজা(ঊজ্যোতিৰ্ময়ী শৰ্ম্মা)

ভৈৰৱী মন্দিৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত৷ বামুণী পাহাৰৰ কিছু পূবে

Scroll to Top