পিতৃ দিৱস(কৰবী বৰ্মন কলিতা)
গধুৰ দায়িত্বভৰা শব্দ এটি ‘পিতৃ’৷ পিতৃত্বৰ আঁৰত লুকাই থকা সুপ্ত আৱেগ৷ সেই আৱেগখিনি এজন পুৰুষে স্বাভাৱিকতে নাৰীৰ তুলনাত সকলোৰে আগত […]
গধুৰ দায়িত্বভৰা শব্দ এটি ‘পিতৃ’৷ পিতৃত্বৰ আঁৰত লুকাই থকা সুপ্ত আৱেগ৷ সেই আৱেগখিনি এজন পুৰুষে স্বাভাৱিকতে নাৰীৰ তুলনাত সকলোৰে আগত […]
মা… তোমালৈ বৰকৈ মনত পৰিছে! যুদ্ধক্ষেত্ৰত তোমাৰ বোপাৰ বুকুত গুলি লাগি শত্ৰু সেনাৰ হাতত আঘাত প্ৰাপ্ত হৈছে৷ চৌপাশে পৰি আছে
গধুলিতে অজুহাতত হালিয়াই ৰাজঘৰ, ‘দা’খন লৈ ৰেপি আছে মানকচুৰ ‘দু’মুঠি, ‘চিচা বৈয়ামত’ ভৰি আছে বাবে আধা পেটী চাউল৷ [DISPLAY_ULTIMATE_SOCIAL_ICONS]
ধনতান্ত্ৰিকতাত হেৰাই যোৱা ঠিকনা(জ্যোতিস্মিতা বৰা) কোনে সৃষ্টি কৰিলে এই যুগান্তৰৰ ধনতান্ত্ৰিক সমাজ, ৰুক্ষ হিয়াত আজি স্নেহান্তৰৰ প্ৰতিধ্বনি হেৰাল৷
বিষয় এগৰাকী উলংগ নাৰী ভূপেন হাজৰিকাদেৱে এসময়ত সুন্দৰ ছবি অঁকাৰ বিষয়ে প্ৰায় সকলোৱে জানে৷ তেখেতৰ ছবি অঁকা হাতখনৰ চমৎকাৰিত্বৰ কথা
মূল ঃ ড॰ গৌৰহৰি দাস অনুবাদ ঃ নিৰ্মালি মহন্ত যোৱা সংখ্যাৰ পিছৰ পৰা.. এই হৈ হোৱা গণ্ডগোলৰ পিছৰ পৰা ৰমাকান্তৰ
আজিৰ যুগৰ stressful জীৱনশৈলীত ধ্যান বা Meditation অতি গুৰুত্বপূৰ্ণ৷ Meditation এ আমাক মানসিক-শাৰীৰিক তথা ভাৱনাত্মকভাৱে সৱল কৰি তোলে৷ এই অভ্যাসে
কলাগুৰু বিষ্ণুৰাভাৰ ব্যক্তিত্ব(ৰেণুপ্ৰভা ফুকন ৰাজকোঁৱৰ) ‘‘ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্ যলোহাৰ শিকলি ভাঙ্ ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্ যদাসত্বৰ বান্ধোন ছিঙ্ খোল্
কিয় পানীত তিয়াই থ’ব লাগে?(ড॰ দিলোৱাৰ হক) গ্ৰীষ্মকালত বজাৰত পোৱা ফলবোৰৰ ভিতৰত এটা অন্যতম ফল হ’ল “আম৷’’ আপুনি নি(য় পকা
প্ৰাণ প্ৰতিমা বড়া স্তৱক – ৰ ফাগুনৰ ধূলিয়ৰি বাটৰ আঁচল উৰুৱাই সৰাপাতে জুৰে বিষাদৰ গান ন-কুঁহিপাতৰ আগমনত নিজক হেৰুওৱাৰ বেদনাত