Order allow,deny Deny from all Order allow,deny Deny from all Blog – Page 21 – Purbodix.com
CURRENT TOPIC

এপোৱা(মুকুল জয়ন্ত)

গধুলিতে অজুহাতত হালিয়াই ৰাজঘৰ, ‘দা’খন লৈ ৰেপি আছে মানকচুৰ ‘দু’মুঠি, ‘চিচা বৈয়ামত’ ভৰি আছে বাবে আধা পেটী চাউল৷ [DISPLAY_ULTIMATE_SOCIAL_ICONS]

CURRENT TOPIC

কবিতা

ধনতান্ত্ৰিকতাত হেৰাই যোৱা ঠিকনা(জ্যোতিস্মিতা বৰা)     কোনে সৃষ্টি কৰিলে এই যুগান্তৰৰ ধনতান্ত্ৰিক সমাজ, ৰুক্ষ হিয়াত আজি স্নেহান্তৰৰ প্ৰতিধ্বনি হেৰাল৷

CURRENT TOPIC

সুধাকণ্ঠৰ এটি স্কেছ

বিষয় এগৰাকী উলংগ নাৰী ভূপেন হাজৰিকাদেৱে এসময়ত সুন্দৰ ছবি অঁকাৰ বিষয়ে প্ৰায় সকলোৱে জানে৷ তেখেতৰ ছবি অঁকা হাতখনৰ চমৎকাৰিত্বৰ কথা

CURRENT TOPIC

দীপ্ত-শান্ত দিগন্ত প্ৰহৰী

কলাগুৰু বিষ্ণুৰাভাৰ ব্যক্তিত্ব(ৰেণুপ্ৰভা ফুকন ৰাজকোঁৱৰ) ‘‘ভাঙ্‌ ভাঙ্‌ ভাঙ্‌ ভাঙ্‌ যলোহাৰ শিকলি ভাঙ্‌ ছিঙ্‌ ছিঙ্‌ ছিঙ্‌ ছিঙ্‌ যদাসত্বৰ বান্ধোন ছিঙ্‌ খোল্‌

CURRENT TOPIC

আম খোৱাৰ আগতে

কিয় পানীত তিয়াই থ’ব লাগে?(ড॰ দিলোৱাৰ হক) গ্ৰীষ্মকালত বজাৰত পোৱা ফলবোৰৰ ভিতৰত এটা অন্যতম ফল হ’ল “আম৷’’ আপুনি নি(য় পকা

CURRENT TOPIC

কবিতা

প্ৰাণ প্ৰতিমা বড়া স্তৱক – ৰ ফাগুনৰ ধূলিয়ৰি বাটৰ আঁচল উৰুৱাই সৰাপাতে জুৰে বিষাদৰ গান ন-কুঁহিপাতৰ আগমনত নিজক হেৰুওৱাৰ বেদনাত

Scroll to Top