অসমীয়া ছবি আৰn ভ্ৰাম্যমাণ থিয়েটাৰ িকছু আশা – প্ৰত্যাশা আৰু চিন্তা…….. (- ৰঞ্জন শমাৰ্ -)
ভৰত মুনিৰ নাট্য শাস্ত্ৰৰ চৌষষ্ঠি কলাৰ অন্যতম শ্ৰেষ্ঠ কলাটোৱেই হৈছে অভিনয়৷ এই অভিনয় আমি নাটক, চলচ্চিত্ৰ আদি বিভিন্ন […]
ভৰত মুনিৰ নাট্য শাস্ত্ৰৰ চৌষষ্ঠি কলাৰ অন্যতম শ্ৰেষ্ঠ কলাটোৱেই হৈছে অভিনয়৷ এই অভিনয় আমি নাটক, চলচ্চিত্ৰ আদি বিভিন্ন […]
গুৱাহাটীৰ কেউদিশে বানৰ কল্লোল৷ আগতে নেদেখা সৰ্বকালৰ অভিলেখ ভংগ কৰা এইবাৰৰ বান৷ মানৱ সম্পদৰ লগতে অনেক আৰ্থিক ক্ষতিয়ে গুৱাহাটী মহানগৰীক
শংকৰ গুৰু আমাৰে …. মাধৱ গুৰু আমাৰে লুকাই আছা দেখা নাযায় মণিকুটৰ ভিতৰে…৷ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ জনক মহাপুৰুষ
পোন্ধৰশ-ষোল্লশ শতিকাত দেশজুৰি চলা ভক্তি আন্দোলনৰ ঢৌৱে অসমকো চুই গৈছিল আৰু তাৰেই ফলশ্ৰুতিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰিছিল ‘‘এক শৰণ
বন্ধু মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ আৰু বন্ধুৰ লগত কটোৱা সময়খিনি অতুলনীয়৷ আজি মই মাৰ্চ মাহৰ এটি সুন্দৰ দিনৰ কথা ক’বলৈ
‘‘আজি গৰম বন্ধগোলাপ ফুলৰ গন্ধমুক্ত মনে খেলিম আমিকি যে আনন্দ/বাৰীৰ আম, কঁঠাল, মধুৰীপেট ভৰাই খামমাৰ লগত আমিফুৰিবলৈ যাম৷৷’’সঁচাই, গৰম বন্ধৰ
২০১৩ চনৰ জুন মাহৰ ২৫ তাৰিখৰ আবেলি সময়৷ তেতিয়া ২.০৫ বাজিছে৷ AI-ৰৰৰ Air India বিমানেৰে ভাৰতৰ ৰাজধানী দিল্লী চহৰৰ পৰা
উপকৰণ ঃৰ৷ পালেং শাক- এমুঠি২৷ পনীৰ- ১০০ গ্ৰাম৩৷ বেচন- ১ টেবুল চামুচ৪৷ কৰ্ণফ্ল’ৰ- ১ টেবুল চামুচপ্ত৷ বাটাৰ- ২ চাহ চামুচ৬৷
নিচুকনি গীত অথবা ধাইনাম আৰু ওমলা গীতসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰচলিত লোক-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ ধৰ্ম-বৰ্ণ
এজনী কণমানি ছোৱালী, পখিলা খেদি সমনীয়াৰ লগত দৌৰি ফুৰাৰ বয়স, মনৰ উলাহত শালিকী জনীৰ দৰেই দেও দি ফুৰা বয়সত সংগোপনেই