ৰঙালীৰ পৰিচয় গামোচা, কপৌফুল, জেতুকা(জোনাকী দেৱী কাশ্যপ)
অসমৰ জাতীয় উৎসৱ বিহু৷ প্ৰতিটো বিহুৰে সুকীয়া সুকীয়া তাৎপৰ্য আছে৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নৰূপত সাজি -কাচি ৰঙালীক আদৰণি […]
অসমৰ জাতীয় উৎসৱ বিহু৷ প্ৰতিটো বিহুৰে সুকীয়া সুকীয়া তাৎপৰ্য আছে৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নৰূপত সাজি -কাচি ৰঙালীক আদৰণি […]
পূৰ্বদিশৰ সমূহ পাঠকলৈ অসমীয়া নৱবৰ্ষৰ শুভে২৬া জ্ঞাপন কৰিলোঁ৷ অসমীয়া নৱবৰ্ষ মানেই আমাৰ চেনেহৰ ৰঙালী বিহুটিৰ উদ্যাপন৷ প্ৰকৃতিৰ ন-সেউজী কুঁহিপাত যেন
মহাকাব্য মহাভাৰতৰ অতি জটিল আৰু ৰহস্যময় চৰিত্ৰটোৱেই হ’ল শকুনি৷ গান্ধাৰৰাজ সুবলৰ পুত্ৰ, হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভাতৃ, দুৰ্যোধনসহ শত
“ৱাইড এংগল’’ অহা ২২ মাৰ্চত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ ১ নিবেদিত, দেৱজ্যোতি বৰা প্ৰযোজিত
থণ্ডাই…(নিতুমণি দাস শৰ্মা) উপকৰণ ঃ দুজনৰ বাবে গাখীৰ ৰয২ লিটাৰ চেনি ৪ চাহ চামুচ কাজু ৫ টা কাঠ বাদাম ৫
বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ অভিনৱ উদ্ভাৱনে কিতাপ পঢ়াৰ ক্ষেত্ৰত যি বাধাৰ সৃষ্টি কৰিছে তাক নাইকিয়া কৰিবলৈ হ’লে কিতাপ পঢ়াৰ অভ্যাসৰ
ঃ কোৱা না জেক্লিন কথাবোৰ? ঃ কোনবোৰ কথা? সঁচাবোৰ নে মিছাবোৰ? ঃ কি যে উল্টা-পুল্টা কথাবোৰ কোৱা তুমি? ঃ মই
আমাৰ সন্তানসকল দেশৰ ভৱিষ্যত৷ শিশু অৱস্থাৰে পৰা আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰাটো বৰ দৰকাৰী কথা৷ আজিৰ আলোচনাৰ বিষয়টোৰ লগত
সাম্প্ৰতিক সময়ত দ্ৰুতগতিত চলি থকা পৃথিৱীখনত সফলতাৰ দৌৰে প্ৰায়ে ব্যক্তিক খৰখেদাকৈ বিভিন্ন কাৰ্যত সিদ্ধান্ত লয়৷ উদাহৰণস্বৰূপে কৰ্পৰেট জগতত বজাৰত আধিপত্যৰ