বাতৰিবোৰ (কিশলয়পাটোৱাৰী)
ৰাতিপুৱাৰ বাতৰিকাকতখন প্ৰায় ৮ বাজি ৩০মিনিট মানত হাতত পৰেহি৷ আশা থাকে কাকতখন মেলি লৈ কিছুমান ধনাত্মক চিন্তা-চৰ্চা অথবা কিছু নতুন […]
ৰাতিপুৱাৰ বাতৰিকাকতখন প্ৰায় ৮ বাজি ৩০মিনিট মানত হাতত পৰেহি৷ আশা থাকে কাকতখন মেলি লৈ কিছুমান ধনাত্মক চিন্তা-চৰ্চা অথবা কিছু নতুন […]
মূল পথৰ পৰা নামি যোৱা বাটটোৰে অলপ আগলৈ এখন সুদৃশ্য তোৰণেৰে দেৱালয়লৈ যোৱা বাট৷ বিপৰীত দিশত অৰ্থাৎ মুল পথৰ সিপাৰে
পুৱাৰ পৰা এৰা ধৰাকৈ অলপ অলপ বৰষুণ দি আছে৷ চেঁচা বতাহ এজাকো মাজে মাজে বলি থকাৰ বাবে পূজাৰ কেইদিনতকৈ আজি
খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ এক পবিত্ৰ তথা আনন্দভৰা উৎসৱেই হ’ল – বৰদিন৷ এই উৎসৱত থাকে বৰ্ণাঢ্য আয়োজন, য’ত পৰিপূৰ্ণ হৈ থাকে কে’ক্,
সকলোৱে শীতৰ দিন কেইটাত কোমল ৰদ কাঁচলিৰ উমলৈ বতৰৰ ফল-মূল খাই সময় অতিবাহিত কৰি ভাল পায়৷ শীতকালি বায়ু অতি শীতল
নৃত্য আৰু অভিনয় জগতৰ এটি নতুন প্ৰতিভা শিৱসাগৰৰ চিত্ৰালী দত্ত৷ ঢুলীয়াপাৰ জোনাকী নগৰ নিবাসী হৰেশ দত্ত আৰু গীতা দত্তৰ জ্যেষ্ঠ
দেৱস্মিতা কাশ্যপ অসমৰ সঙ্গীত জগতৰ এক উজ্জ্বল প্ৰতিভা৷ নয়ন কুমাৰ বৰ্মন আৰু সাbLনা বৈশ্য বৰ্মনৰ সুযোগ্যা কন্যা দেৱস্মিতাৰ ঘৰ গুৱাহাটীৰ
যোৱা সংখ্যাৰ পিছৰ পৰা কিবা দূৰ্বলতা আছিল মই নিজেই বুজি নাপালো৷ ঘূৰি আহিছিলো মই তাৰ কাষৰ পৰা৷ বুকুৰ গহ৩১ত যেন
প্ৰায় এমাহৰ আগৰে পৰা পাঙি থকা দিনটো ওচৰ পালেহি৷ পাৰ্ছপৰ্ট, ভিছা, বিদেশী মুদ্ৰা সংগ্ৰহৰ বাবে ঘূৰিবলৈ আৰম্ভ কৰিলোঁ৷ এয়াৰ টিকট
যোৱা সংখ্যাৰ পিছৰ পৰা… ৬৷ ঁ নবীন মহন্ত ঃ এওঁৰ পুৰণি বাসস্থান আছিল বঢ়িগাঁৱত৷ লুইতৰ খহনীয়াত স্থানান্তৰিত হৈ বৰ্তমান মুকালমুৱাত