Order allow,deny Deny from all Order allow,deny Deny from all CURRENT TOPIC – Page 38 – Purbodix.com

CURRENT TOPIC

CURRENT TOPIC

শীত কালত ছালৰ যতন

সুস্মিতা অপৰূপা শীত কালত ছাল শুকান হোৱা দেখা যায়৷ সেয়ে আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান টিপ্‌চ৷ শীতকালত ছালৰ […]

CURRENT TOPIC

অসমী আইৰ বুকু উকা কৰি গুচি গ’ল তিনিগৰাকী মহীৰূহ

বিপুল গগৈ অসমীয়া জাতীয় জীৱনৰ বক্ষস্থলত চিৰপ্১৮লিত দুগছি সোণালী প্ৰদীপ, জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, ভাষা – সাহিত্য – আধ্যাত্মিক ভাবধাৰা দৃশ্যমান

CURRENT TOPIC, STORY

অৰ্ধাঙ্গিনী

হিমাংশু শৰ্মা এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ জীয়ৰী অনন্যা৷ অনন্যা এগৰাকী অতিকৈ সহজ-সৰল ছোৱালী৷ অসমীয়া বিভাগত এম এ কৰা অনন্যাই কবিতা,

CURRENT TOPIC

পিতৃ-মাতৃ-শিক্ষক আৰু সমাজলৈ এক বাৰ্তা

(কোটা ফেক্টৰী) (Kota Factory) ৰাজলক্ষ্মী শৰ্মা গোস্বামী কোটা ফেক্টৰী নামেৰে প্ৰায় কেইবাটাও খণ্ডৰ এখন ধাৰাবাহিক চালোঁ৷ আপুনিও চাওক, আপোনালোকেও চাওক৷

CURRENT TOPIC

আকৌ আহিল হেঁপাহৰ বৰদিন

মমী নাথ আকৌ আহিল বৰদিন৷ আন বছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান ধৰ্মৰ লোকসকলে অতি উলহ-মালহেৰে ২৫ ডিচেম্বৰৰ দিনা বৰদিন

CURRENT TOPIC

সন্তানক মোবাইল আসক্তি এৰুৱাবলৈ ভাল ভাল গ্ৰন্থ পঢ়িবলৈ উৎসাহিত কৰো আহক

ঊ পপী চহৰীয়া বৰ্তমান যুগটোৱেই হৈছে ডিজিটেল মাধ্যমৰ যুগ৷ এই যুগৰ এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে মোবাইল ফোনে৷ মোবাইল

CURRENT TOPIC, POEM

শব্দহীন মই আজি

আহিনৰ পদুলিত ঊমামণি গগৈ হাজৰিকা শব্দহীনতাত ভুগিছো মই, শব্দহীনতাৰ বাবে থমকি ৰৈছোঁ, শব্দহীনতাৰ বাবেই উকা হৈ ৰৈছে অনুভৱৰ দলিচা৷ শব্দৰ

CURRENT TOPIC

>আঘোণৰ সোণালী সোণগুটিৰে

হেঁপাহৰ  ন-খোৱা বৰ্ণালী চেতিয়া ফুকন আঘোণ সোমোৱাৰ পৰাই পথাৰৰ সোণগুটিবোৰ জিৰিক জিৰিক শব্দৰে দাঙৰিৰ কান্ধত উঠি গৃহস্থৰ চোতাল শুৱনি কৰে৷

CURRENT TOPIC

ইতিহাসৰ আঁত ধৰি …

কামাখ্যা মঠ অঞ্জন ডেকা ইতিহাসৰ মেটমৰা বোজা বহন কৰা অসমৰ যেনিয়েই চকু যায় তেনিয়েই গৌৰৱময় অতীতৰ নিদৰ্শন বিদ্যমান৷ শদিয়াৰ পৰা

Scroll to Top