Order allow,deny Deny from all Order allow,deny Deny from all CURRENT TOPIC – Page 46 – Purbodix.com

CURRENT TOPIC

CULTURAL, CURRENT TOPIC

সাংস্কৃতিক জগতৰ এটা নাম – অংশুমা শইকীয়া (নয়নী বৰগোহাঁই)

সাংস্কৃতিক জগতত স্ব-প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা এটা নাম হ’ল অংশুমা শইকীয়া৷ গুবাহাটীত জন্ম লাভ কৰা অংশুমাই স্কুলীয়া […]

CURRENT TOPIC

বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ (স্বপ্না বৰঠাকুৰ)

অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হ’ল বিহু৷ স্বকীয় বৈশিষ্ট্যৰে উজনি-নামনিৰ সমন্বয়ৰ এনাজৰী সুদৃঢ় কৰা বিহু হ’ল অসমীয়া জনজীৱনৰ হিয়াৰ আঁমঠু৷

CURRENT TOPIC

নাৰীৰ অধিকাৰৰ স্বাৰ্থত আইন (মুখলিছা ফাৰহানা ৰহমান)

অধিকাৰ বুলিলে আমি বুজো যে পুৰুষ-মহিলা উভয়ে ভোগ কৰিব পৰা স্বাধীনতা৷ সকলো মানুহেই জন্মগতভাৱে স্বাধীন, সম মানদণ্ডৰ আৰু সম অধিকাৰৰ

CURRENT TOPIC

ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতত ব’হাগৰ বতৰা (দিপাংকৰ গগৈ)

অসমৰ মাটিৰ বুকুত, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিঃসৃত হোৱা প্ৰিয়তম আৰু সৰ্বশ্ৰেষ্ঠ শব্দটোৱেই বোধহয় ব’হাগ৷ অসমৰ আৰু অসমীয়াৰ বাবে

CURRENT TOPIC

সাংবিধানিক আইন আৰু সু-নাগৰিক (ড॰ চিত্তৰঞ্জন বৰুৱা)

কেৱল ভোটাধিকাৰ সাব্যস্তকৰণেৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সচৰাচৰ দিশৰ দোহাই দি, অধিকাৰ ভোগৰ বাবে তৎপৰ হোৱা, এই সংকীৰ্ণ অৰ্থৰ

CURRENT TOPIC

বিহু সন্মিলন আৰু প্ৰতিযোগিতাৰ প্ৰাসঙ্গিকতা (দেবেন চন্দ্ৰ বৰা)

‘‘বিহুটি নামেৰে          তিনিটি আখৰেকোনে লিখি গ’ল শিলত,ঘূণেও নধৰে            মামৰেও নধৰেআছে অসমীয়াৰ প্ৰাণত৷’’ সঁচাকৈয়ে বিহু অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান৷ বিহু অসমৰ

CURRENT TOPIC

অসমীয়া জাতি গঠনত বিহুৰ ভূমিকা (অৰূপজ্যোতি হাজৰিকা)

. অৱতৰণিকা ঃ ‘‘ লুইতৰ বালিতে কঁহুৱা ফুলিছেফুলিছে শিমলু ফুলব’হাগী আয়ে সকলোকে আদৰেনাই কোনো জাতি কুল৷’’অসম বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ এখন

Scroll to Top