শাৰদীয়দুৰ্গোৎসৱআহিল (কৰবীবৰ্মনকলিতা)
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷ শৰৎ ঋতুক আঁকোৱালি ললে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ, নিয়ৰৰ দুৱৰি […]
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷ শৰৎ ঋতুক আঁকোৱালি ললে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ, নিয়ৰৰ দুৱৰি […]
ফাগুন মানেই এজাক উতনুৱা পছোৱাই অনা দুৰন্ত গতিৰ পছোৱা বতাহ৷ বৈচিত্ৰ্যময় ফাগুনৰ কত যে কথা- পছোৱা হৈ পৃথিৱীক বুৰাই পেলোৱাই
ফাগুনৰো আছে নিজস্ব একোটি স্বভাৱ৷ ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, নতুবা ফাগুনৰ উতলা বাঁ লাগি
অসমৰ সত্ৰ বা গাঁও-চহৰৰ নামঘৰ-মন্দিৰত ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণ ভগৱন্তৰ ‘‘দেউল বা দৌল উছৱ’’, পূৰ্বতে
অসমৰ জাতীয় উৎসৱ হৈছে বিহু৷ বিহু আমাৰ তিনিটি৷ এই তিনিটি বিহু পালন কৰা হয় নিদিষ্ট সময় আৰু নীতি পৰম্পৰাৰ মাধ্যমেৰে৷
শাৰী শাৰী বন্তিৰ প্ৰজ্বলিত ৰশ্মিয়ে পোহৰাই তুলিছে আজি খেৰৰ পঁজাটি৷ অন্যদিনে দুঃখ-ক্লেশ-তমসাই মুখবোৰ আ২৬ন্ন কৰি ৰাখিলেও আজি যেন চকুৱে-মুখে পোহৰ/
‘‘ওঁম জয় জয় দেৱী চৰাচৰ সাৰেকুচযুগ শোভিত মুক্ত হাবে৷বীণা ৰঞ্জিত পুস্তক হস্তেভগৱতী ভাৰতী দেৱী নমোহস্তুতে৷’’হিন্দু ধৰ্মৰ দৰ্শন মতে,
পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব-পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজা-অৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মে-স্মৃতি তৰ্পণ, ডাম-মৃতক, মে-স্মৃতি
(ৰ) শৰতৰ বোকোচাত উঠি পুনৰ ধৰালৈ নামিছে শীতৰ দিনবোৰ৷ শীতে আমাক স্পৰ্শ
অসমৰ বৰ্তমান সময়খিনিত শৰৎ কালৰ আগমনে যদিও মনত এক উৎসাহ আৰু শীত কালৰ আগমনৰ কথা সোঁৱৰাই দিয়ে তথাপিও কিছু বছৰৰ